জিএমচিএইচৰ পৰা নিৰুদ্দেশ হোৱা বীৰেণ ডেকা অৱশেষত উদ্ধাৰ হ’ল। দৈনন্দিন বাৰ্তাত প্ৰকাশ হোৱা বাতৰিৰ পাছতেই সম্ভেদ পোৱা গ’ল বীৰেণ ডেকাৰ। ডাক্তৰৰ মতে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা থকা বাবেই হঠাৎ এনেকৈ পলায় গৈছিল বীৰেণ ডেকাই। কিন্তু দৈনন্দিন বাৰ্তাৰ বাতৰিৰ পাছত বহুলোকে বিচাৰ খোচাৰ কৰে আৰু বাইহাটা চাৰিআলিৰ পৰা উদ্ধাৰ কৰে ডেকাক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দৈ-কিচমিচ খালে পাচনতন্ত্ৰৰ সমস্যা কমে! কৰীনাৰ পুষ্টি বিশেষজ্ঞই ক’লে দৈ-কিচমিচৰ উপকাৰিতাৰ বিষয়ে…
- অটো-ব্ৰুৱেৰী চিণ্ড্ৰোমঃ বেলজিয়ামৰ এজন লোকৰ দেহত নিজে নিজে উৎপাদন হয় সুৰা!
- ‘হেল্থ ড্ৰিংক’ৰ লেবেল আঁতৰোৱা হৰলিক্সৰ পৰা…
- অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ২৬ এপ্ৰিলত অসমৰ ৫ সমষ্টিত নিৰ্ণয় হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ২০০তকৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক…
- জাতিগত লোকপিয়ল মোৰ জীৱনৰ মিছন ! কংগ্ৰেছে নিৰ্বাচনত জয়ী হ’লে কোনো শক্তিয়ে ইয়াক বন্ধ কৰিব নোৱাৰে: ৰাহুল গান্ধী…
- হঠাৎ ধোনীৰ খং ! কেমেৰালৈ বটল দলিয়াব বিচাৰিলে এম এছ ধোনীয়ে , ভাইৰেল হৈ পৰিল ভিডিঅ’…
- লোকসভা নিৰ্বাচনত ভোট দিব নোৱাৰিব আলিয়া, কেটৰিনা; জেকলিনে! কিয় জানেনে…
- যুদ্ধৰ বিৰোধিতা ! ফ্লৰিডাৰ মেকডিল বায়ু সেনা ঘাটিত যুদ্ধ বিমান ৰখাই দিলে এটা প্ৰকাণ্ড ঘঁৰিয়ালে…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্সে ৭৪ হাজাৰ অতিক্ৰম…