No menu items!
No menu items!

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ চূড়ান্ত ৰায়দান…

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ চূড়ান্ত ৰায়দান।

ৰাকেশ পালসহ ৩৪গৰাকীক দোষী ঘোষণা। দোষী ঘোষণা ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেক।

তিনিওকে ৭ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। ১০জনক দোষমুক্ত ঘোষণা।

Related Articles