india

Nepali Sahitya Sabha: অসম নেপালী সাহিত্য সভাৰ বঁটা ঘোষণা

অসম নেপালী সাহিত্য সভাৰ(Nepali Sahitya Sabha) আগন্তুক কেন্দ্ৰীয় অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমুহ আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

Jharkhand Election: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনলৈ(Jharkhand Election) মাজত আৰু বেছি সময় নাই। এনে সময়তে ঝাৰখণ্ডৰ ভূমিৰ পৰাই সেই ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পূৱ সিংভূমৰ জামছেদপুৰত এক সভাত ভাষণ দি ঝাৰখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা।

Tribalization: জনজাতিকৰণৰ দাবীত ১২ ঘণ্টীয়া বন্ধত স্তব্ধ ডিব্ৰুগড়ৰ জনজীৱন

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক(Tribalization) লৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ।

Asmita Rugby Women’s League: অস্মিতা ৰাগবী ওমেনচ লীগত তামুলপুৰ চেম্পিয়ন

ৰাগবী ইণ্ডিয়াৰ সৌজন্যত ছাইৰ তত্বাৱধানত অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯-১০ নবেম্বৰত অস্মিতা ৰাগবী ওমেনচ লীগ(Asmita Rugby Women's League) গোৰেশ্বৰ(Goreswar) ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়।

Popular