অৰুণাচলত জেডি (ইউ) বিধায়কৰ বিজেপি গমন

অৰুণাচলত নীতিশ কুমাৰৰ দল ভাঙিলে গেৰুৱা শিবিৰে। তাৰ পৰিপ্ৰেক্ষিততে বিৰোধীসকলৰ সৈতে যোগাযোগ ৰাখিবলৈ নীতিশ কুমাৰৰ উদ্দেশ্যে কংগ্রেছ সাংসদ অধীৰৰঞ্জন চৌধুৰীৰ পৰামর্শক কেন্দ্ৰ কৰি এতিয়া জল্পনা তুঙ্গত উঠিছে। ৰাজনৈতিক পর্যবেক্ষকসকলৰ দাবী, বিহাৰতো মুখ্যমন্ত্রী নীতিশ কুমাৰ প্ৰবল চাপত আছে। নির্বাচনত ‘বৃহত্তম অংশীদাৰ’ দল হিচাবে আত্মপ্রকাশ কৰিছে বিজেপিয়ে। ‘ঘনিষ্ঠ’ সুশীল মোদীকো আঁতৰাই দিয়া হৈছে। পৰিৱর্তে উপ-মুখ্যমন্ত্রী পদত বহুওৱা … Continue reading অৰুণাচলত জেডি (ইউ) বিধায়কৰ বিজেপি গমন