স্থানীয় বাৰ্তা

Bishwanath Road Accidents: বিশ্বনাথৰ সাধাৰুত কিয় পথ দুৰ্ঘটনাৰ আশংকা

বিশ্বনাথৰ সাধাৰুত পুণৰ পথ দুৰ্ঘটনাৰ আশংকা।বিশ্বনাথৰ সাধাৰুত যিকোনো মহূৰ্ততে পুণৰ সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা এটা ডিভাইডাৰৰ বাবেই উক্ত ঠাইত সঘনাই সংঘটিত হৈ আহিছে শোকাৱহ পথ দুৰ্ঘটনাৰ(Bishwanath Road Accidents) দৰে ঘটনা

Non Mising Inhabited Areas: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং অধ্যুষিত অঞ্চল

পুনৰ চৰকাৰী শুনানীত মঙলবাৰে ১৭টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰিলে, মিচিং স্বায়ত্ব পৰিষদৰ খচৰাৰ পৰা অনা মিচিং গাঁওসমূহ(Non Mising Inhabited Areas) কৰ্তন হ'বই লাগিব। অন্যথা সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব। উল্লেখ্য, শিৱসাগৰ জিলাৰ ১১খনকৈ অনা-মিচিং গাঁও মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে শিৱসাগৰত অসমৰ জাতীয় জনগোষ্ঠীয় দ'ল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে(Ethnic Groups)।

Tezpur Tractor Hospital: তেজপুৰত জৰাজীৰ্ণ পথ বাবেই ট্ৰেক্টৰতে চিকিৎসালয়লৈ নিলে ৬০ ঊৰ্ধৰ ৰোগীক

বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকালত ৰাজ্যৰ বাট-পথসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি শাসকীয়পক্ষই সততে জয়ঢোল বজাই অহাৰ সময়তে তেজপুৰৰ সমীপৱৰ্তী অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ এজন ৬০ উৰ্ধৰ ব্যক্তি জৰাজীৰ্ণ পথৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হোৱা ঘটনাই বাট-পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ উল্লেখ্য, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহগুৰিৰ পৰা উত্তৰ দিশৰ ঝাৰণি চাপৰি সংযোগী পথছোৱা আজিও কেচাঁ আৰু বোকাময়(Tezpur Tractor Hospital)

Bongaigaon By Election 2024: বঙাইগাঁৱত পূৰ্বতকৈ অধিক ভোট লাভ কৰিব প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে- সাংসদ ফণীভূষণ চৌধুৰী

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ (Bongaigaon By Election 2024) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷

Behali Congress । বিহালীত কংগ্ৰেছ দলত সংঘাত :: জয়ন্ত বৰাক কংগ্ৰেছ দলীয় টিকট নিদিবলৈ আহ্বান তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ…

প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে বিহালীত, কোনোৱে বিচাৰে জয়ন্ত বৰাক আন কোনোৱে বিচাৰে চি পি আই এম এলৰ প্ৰাৰ্থীক । বিহালী সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্ৰত বিপাঙত পৰিছে কংগ্ৰেছ দল। (Behali Congress)

Popular