Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
Agninav Shiv Mandir: আজি মোৰ প্ৰাৰ্থনা এটাই, দোষীয়ে শাস্তি পাওক : শিখা মজিন্দাৰ বেজবৰুৱা
“Man is for man”। “মানুহে মানুহৰ বাবে” এই বাক্যশাৰীক সাৰোগত কৰি আগবাঢ়িছে এদল যুৱক
Agninav Shiv Mandir: নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড! চুৰে লুটি নিলে মন্দিৰৰ মূল শিৱ মূৰ্তি
Gandhi Jayanti: বিটিচি চৰকাৰৰ গান্ধী জয়ন্তী উদযাপন: শান্তি আৰু উন্নয়নৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 2, 2024
“মহাত্মা গান্ধীৰ সম্প্ৰীতি, শান্তি আৰু সহনশীলতাৰ বাৰ্তাই হিংসাৰ ইতিহাসৰ পৰা ভাতৃত্ববোধ আৰু উন্নয়নৰ দ্বাৰা পৰিচিত হোৱা বৰ্তমান বডোলেণ্ডৰ বাবে আশা আৰু প্ৰজ্ঞাৰ ৰেখা হিচাপে থিয় দিছে। Gandhi Jayanti)
North Guwahati Na-Gohain Hauli Durga Puja: দুশ এবছৰত ভৰি দিলে উত্তৰ গুৱাহাটীৰ ন-গোঁসাই হাউলীৰ দুৰ্গা পূজাই। জাকজমকতা বিহীনভাৱে আধ্যাত্মিকতাৰ পৰিৱেশত সম্পন্ন হ’ব পূজা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 1, 2024
আহোম ৰাজ পৰিয়ালৰ পৰা পূজা ভাগ ৰাইজৰ মাজলৈ উলিয়াই দিয়াত প্ৰথমতেই উজান বজাৰৰ বাৰোৱাৰীত ৰাইজৰ উদ্যোগত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়।(North Guwahati Na-Gohain Hauli Durga Puja) ইয়াৰ পূৰ্বে অসমত দেৱীৰ দেৱালয় আৰু কিছু সম্ভ্ৰান্ত পৰিয়ালত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছিল।
Guwahati Municipal Corporation: গুৱাহাটী পৌৰ নিগমৰ পাঁচ নম্বৰ সংমণ্ডলৰ দুই অৱসৰী কৰ্মচাৰীক বিদায় সম্বৰ্দ্ধনা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 30, 2024
গুৱাহাটী পৌৰ নিগমৰ পাঁচ নম্বৰ সংমণ্ডলৰ পৰা নিয়ম মাফিক অৱসৰ গ্ৰহণ কৰে দুই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ক্ৰমে-কে ৰাজু আৰু বান্দী আপ্পা ৰাওৱে।(Guwahati Municipal Corporation)
Institute for Persons with Disabilities: ইনষ্টিটিউট ফৰ পাৰচনচ উইথ ডিছেবিলিটিছৰ নবাগত আদৰণি সভা সম্পন্ন
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
September 30, 2024
সবলীকৰণৰ বাবে কাম কৰি অহা পূৰ্ব্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰচনচ্ উইথ্ ডিছেবিলিটিছৰ নৱাগত আদৰণি সভাখ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণিধৰ দত্ত প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।(Institute for Persons with Disabilities)
Suspected Bangladeshi Dulal Borbhuyan: সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাৰ মৃত্যু দণ্ডৰ দাবীত খিলঞ্জীয়া ঐক্য মঞ্চৰ উদ্যোগত লালুকৰ ৰাজপথ কপালে হাজাৰ হাজাৰ খিলঞ্জীয়া অসমীয়া জনতাই
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 29, 2024
ৰাজপথ অৱৰোধ, থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ। ৬ বছৰীয়া কনমানিক ফুচুলাই অসৎ চৰিতাৰ্থ পুৰন ৬০ উৰ্দ্ধৰ বৃদ্ধৰ। ৰাইজৰ দাবী দুলাল আলীৰ পৰিবৰ্তে উপাধি সলাইছিল দুলাল বৰভূঞাৰ। শীঘ্ৰে নৰপাষণ্ডটোক ফাঁচিৰ দাবী উত্তেজিত জনতাৰ। নৰাধমটোক মৃত্যু দণ্ডৰ দাবীত অসমীয়া যুৱ মঞ্চৰ মুণ্ডন কৰি প্ৰতিবাদ।(Suspected Bangladeshi Dulal Borbhuyan)
1
...
28
29
30
...
1,914
Page 29 of 1,914
Popular
Money: টকা গনা মেচিন বেয়া বাবেই আয়কৰ অভিযানত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ লাগিল দুদিন
দৈনন্দিন বাৰ্তা
-
November 29, 2024