স্থানীয় বাৰ্তা

Silapathar । বিভিন্ন অঞ্চলৰ লগতে চিলাপথাৰতো অনুষ্ঠিত হ’ল ভাষা গৌৰৱ সপ্তাহ

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু চিলাপথাৰ (Silapathar)পৌৰসভাৰ সহযোগত দঞি প:ল সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ'ল এই সপ্তাহ। সপ্তাহৰ উপলক্ষত অনুষ্ঠিত কাৰ্য্যসূচী অনুসৰি পোনতে চিলাপথাৰ বন বিভাগৰ কাৰ্য্যলয়ৰ সম্মুখৰ পৰা উলিয়াই হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ

ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।

Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা

এইকেইদিন ভূপেন বৰাকতো(Bhupen Bora) বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছে ৷ এইফালে অলপ ঘূৰা পকা কৰি আছে ৷ দেৱব্ৰত শইকীয়াও অলপ ঘূৰা পকা কৰি আছে আৰু পাৰ্যমানে আমাক গালি পাৰিছে ৷ কৈছে অগপ মানে অতুল বৰাৰ(Atul Bora) দল, কেশৱ মহন্তৰ দল, ফণীভূষণ চৌধুৰীৰ দল

Popular