ৰাজ্যজুৰি অব্যাহত মুষলধাৰ বৰষুণ! জিলাই জিলাই জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট…

ৰাজ্যজুৰি অব্যাহত মুষলধাৰ বৰষুণ।


জিলাই জিলাই ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।


আগন্তক দুটা দিনত ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড বৰষুণ।


বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট।


আজি কোন কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।


কোকৰাঝাৰ,চিৰাং,বঙাইগাওঁ,গোৱালপাৰা,তামুলপুৰ।


ডিমা হাছাও, বজালী,বাক্সাত ৰেড এলাৰ্ট জাৰি।


নলবাৰী, দৰং, ওডালগুৰি, মৰিগাওঁ, দক্ষিণ কাৰ্বি আংলং।


শিলচৰ, কৰিমগঞ্জ, নগাঁও, কাছাৰ গোলাঘাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

Related Articles