যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসকক
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ হৃষিকেশ। ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ হৃষিকেশক। যৌন আতিসাহ্য চলাইছিল চিকিৎসকজনে।
শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত ২৯৩সংখ্যক দুৰ্গা পূজা
আজি সপ্তমী আৰু সপ্তমীৰ দিনটোত ঐতিহাসিক দেৱী দৌলত দেখা গল ভক্তৰ ভিৰ । শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত ২৯৩সংখ্যক দুৰ্গা পূজাৰ বৃহৎ আয়োজন।
পাৰকোপ পাহাৰত আজিৰে পৰা ৩৪ সংখ্যক জ’নেল কাৰ্বি যুৱ মহোৎসৱ
নগাঁও–কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰকোপ পাহাৰত অহা ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৩৪ সংখ্যক জ’নেল কাৰ্বি যুৱ মহোৎসৱ।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সামাজিক মাধ্যমত পুনৰ গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সামাজিক মাধ্যমত পুনৰ গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট
আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক
আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক






