Breaking

Browsing Category

উন্নয়ন

১৫ নং ৰাষ্ট্ৰীয়  ঘাইপথৰ গোগামুখ নগৰ অংশত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰমদান কাৰ্যসূচী

গোগামুখ নগৰৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অংশ অতিকেই বিধ্বস্ত হৈ পৰাত আৰু ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাতা সংস্থা, ৰাজ্যিক লোক নিৰ্মাণ বিভাগ, কোনো মন্ত্ৰী-বিধায়ক, সাংসদে পথটোৰ বিধ্বস্ত অংশ নিৰ্মাণৰ ব্যৱস্থা নকৰাত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই
Read More...

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে । দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা
Read More...

ভৱিষ্যতক সবলীকৰণঃ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বী

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়। বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ বিটিআৰত শৈক্ষিক নেটৱৰ্ক
Read More...

থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়

থলুৱা মাছৰ সংৰক্ষণ আৰু আমাৰ কৰণীয়●মানস প্রতিম দত্ত মৎস্য সম্পদৰ ক্ষেত্রত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়। যেনে- মাছখোৱা, শিঙিমাৰী, শলমৰা, শালমাৰী, খলিহামাৰী আদি।আমাৰ দেশত থলুৱা প্ৰজাতিৰ মাছবোৰৰ চাহিদা
Read More...

নতুন সংসদ ভৱনতো বৰষুণ পানীয়ে লিক কৰে গৌৰৱ গগৈ

যোৰহাট জিলা কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত যোৰহাট জিলা পুথিভৰাল পেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক শতাধিক দল- সংগঠন তথা ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে আজি সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি
Read More...

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০…

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ'ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । চাহ বাগিছা খনত ৬০০
Read More...

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰহাত আধাৰশিলাৰ জোৱাৰ…

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰহাত আধাৰশিলাৰ জোৱাৰ। ইটোৰ পিচত সিটো আঁচনিৰ শিলান্যাস ৰহাৰ বিধায়ক শশীকান্ত দাসৰ। বৃহস্পতিবাৰে একে দিনাই সাতটাকৈ কেইবা কোটি টকীয়া আঁচনিৰ শিলান্যাস কৰে বিধায়কগৰাকীয়ে।
Read More...

শিলচৰ আৰু শিয়ালদহৰ মাজৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ নতুন ষ্টপেজৰ শুভাৰম্ভ…

শিলচৰ আৰু শিয়ালদহৰ মাজৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ নতুন ষ্টপেজৰ শুভাৰম্ভ ৰে'ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত বিহাৰা ষ্টেচনত ৰেল নং. ১৩১৭৬/১৩১৭৫ (শিলচৰ– শিয়ালদহ-শিলচৰ)
Read More...

নগৰবেৰাৰ টুপামাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়কা নন্দিতা দাসৰ

সোমবাৰে আনুষ্ঠানিকভাৱে ১৬ লাখ টকাৰ বদলা-ৰাঙ্গাপানী হাইস্কুলৰ পুথিভঁৰাল আৰু শ্ৰেণীকোঠাৰ নিৰ্মাণকাৰ্য আৰু ৪ লাখ ৫০ হাজাৰ টকাৰ ই এন ডি মথাউৰিৰ পৰা বদলা-ৰাঙ্গাপানী বজাৰ সংযোগী কাঠৰ দলং মেৰামতিৰ কাম শুভাৰম্ভ কৰে বিধায়কা নন্দিতা দাসে।
Read More...

গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে অন্যতম লেখত ল’বলগীয়া চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাঃ গুৱাহাটী…

সোমবাৰে এখন বৈঠকত গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটী আৰু বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি
Read More...