Breaking

এছিয়া কাপ ক্ৰিকেটৰ টীম ইণ্ডিয়াৰ খেলুৱৈৰ তালিকা প্ৰকাশ

0 113

এছিয়া কাপ ক্ৰিকেটৰ টীম ইণ্ডিয়াৰ খেলুৱৈৰ তালিকা প্ৰকাশ। টীম ইণ্ডিয়াৰ ১৮জনীয়া তালিকা প্ৰকাশ BCCIৰ।

দলৰ অধিনায়কৰ দ্বায়িত্বত ৰোহিত শৰ্মা।

তালিকাত আছে শুভমন গীল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, তিলক বৰ্মা, কে এল ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া (VC), ৰবীন্দ্ৰ জাদেজা, ছাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ।

লগতে ষ্টেণ্ডবাই প্লেয়াৰ হিচাপে থাকিব সঞ্জু ছেমছন।

Leave A Reply

Your email address will not be published.