দুৰ্যোগ

মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াত হাজাৰ হাজাৰ লোকৰ নিন্দ্ৰা হৰণ ! বাংৰীচৰত ভয়ংকৰ খহনীয়া…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো ২ দুই কিলোমিটাৰ নিলগত থকা অতি পুৰণি গাওঁ বাংৰীচৰ আৰু নেৱাজেচপুৰ। যোৱা ৫...

দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প…

দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.৪৬ আৰু ৬.২। ভূমিকম্পৰ অভিকেন্দ্ৰ নেপাল। একেৰাহে ৪টাকৈ ভূমিকম্পত নেপালত ব্যাপক ক্ষয়-ক্ষতি। দিল্লীৰ লগতে উত্তৰাখণ্ডসহ কেইবাখনো...

দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা…

দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা। ৰাজপথত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰাক। দুৰ্ঘটনাত প্ৰায় ১০ গৰাকী কিউবাৰ প্ৰব্ৰজনকাৰী নিহত, গুৰুতৰভাৱে আহত ২৫গৰাকী।

হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড…

হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড। গাড়ীৰ এটা শ্ব'ৰোমত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত ভস্মীভূত কেইবাখনো বাহন। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত ! ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০জন লোক নিহত

উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত হৈছে। এই ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০ লোক নিহত হোৱাৰ লগতে ১৫৩ জনৰো অধিক লোক আহত হৈছে।...

Popular