ধৰ্ম

Tulsi: কেৱল তুলসী পাতেই নহয়, তুলসী গুটিয়েও ভাগ্য দুৱাৰ খুলে

কেৱল তুলসী পাতেই নহয় তুলসী গুটিয়েও পূজাৰ কামত অতি লাগে। জ্যোতিষৰ মতে তুলসী গুটিৰ দ্বাৰা কৰা কিছুমান কৌশলে আমাৰ জীৱনৰ বহু সমস্যা সমাধান কৰিব পাৰে।(Tulsi) 

Washing Hands on Plate: খোৱা বাচনতে হাত ধুৱে নেকি? ইয়াৰ ফলত কি ক্ষতিৰ হয় জানি লওক

খোৱাৰ পিছত বাচনতে হাত ধোৱাৰ অভ্যাস আছে নেকি? জ্যোতিষৰ মতে খাদ্যৰ ক্ষেত্ৰত কিছুমান সাৱধানতা আছে যাৰ ফলত ভাল ফল পোৱা যাব পাৰে। যদি খাদ্যৰ লগত কিবা ভুল হয়, তেন্তে আমি বহুতো বিপদৰ সন্মুখীন হ’ব পাৰো।(Washing Hands on Plate)

Predictions 2025: সমাগত ২০২৫, ৰাহু-মংগল গ্ৰহে কাঢ়িব সুখ! পৰিত্ৰাণৰ উপায় জানি লওক

২০২৫ চন সোমাবলৈ মাজত মাত্ৰ কেইটামান দিন। নতুন বছৰটোক লৈ মানুহৰ বহুত আশা। মানুহে আশা কৰে যে নতুন বছৰত সকলোৰ বাবে ভাল হ'ব। কিন্তু ২০২৫এ এটা বিশেষ মূলৰ মানুহৰ বাবে বহু গুৰুতৰ বিপদ কঢ়িয়াই আনিব।(Predictions 2025)

Fridge: ভুলতেও এই ৫টা বস্তু ফ্ৰীজৰ ওপৰত নাৰাখিব! ঘৰৰ পৰা সুখ আৰু সমৃদ্ধি আঁতৰিব

আমি প্ৰায় ভাগ বস্তু ফ্ৰীজত ৰাখোঁ, কিন্তু সকলো বস্তু ফ্ৰীজত ৰখাটো বাস্তুৰ নিয়মত নপৰে। কোৱা হয় যে এনে কৰিলে ঘৰৰ সমৃদ্ধি ক্ৰমান্বয়ে ম্লান পৰে।(Fridge)

Elaichi: ইলাচিয়ে খুলিব আপোনাৰ ভাগ্য দুৱাৰ!

সেউজীয়া ইলাচিৰ প্ৰতিকাৰৰ সহায়ত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। কাৰণ জ্যোতিষত সেউজীয়া ইলাচিক অতি ফলপ্ৰসূ আৰু কাৰ্যক্ষম বুলি গণ্য কৰা হয়।(Elaichi)

Popular