ধৰ্ম

Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য

মহালয়াৰ দিনা পিতৃ পুৰুষক উদ্দেশ্যি তৰ্পণ কৰা হয় । মহালয়াৰ দিনটোতে দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ আঁকি দিয়া হয় । মহালয়া শব্দৰ অৰ্থ হৈছে, মহান মন্দিৰ বা আশ্ৰম(Mahalaya 2024)। এনে ক্ষেত্ৰত দেৱী দুৰ্গাই হ'ল সেই মহান আলয় ।

Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়

উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)

horoscope: অক্টোবৰ মাহত কপাল ফুলিব এই সমূহ ৰাশিৰ

মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো ১২ ৰাশিৰ বাবে অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল। চাওক আপোনাৰ ৰাশিফল।(horoscope)

Navratri Colours 2024: নৱৰাত্ৰিত কোনটো ৰঙৰ কাপোৰ কেতিয়া পিন্ধিব

নৱৰাত্ৰিৰ ৯ দিনত মাতৃ দুৰ্গাৰ ৯টা ৰূপ পূজা কৰা হয়। ৯ গৰাকী দেৱীৰ প্ৰিয় ৰং, প্ৰসাদ আৰু পূজা পদ্ধতি ৯ দিনৰ বাবে। ৯ দিনত কোনটো ৰং পিন্ধিলে শুভ ফল পোৱা যায় এই বিষয়ে বহুতে নাজানে।(Navratri Colours 2024)

Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ

তিৰুপতি মন্দিৰৰ প্ৰসাদৰ লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি এগৰাকী মুখ্যমন্ত্ৰীৰ অভিযোগ! তিৰুপতিৰ ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে এটা বিশেষ ‘শ্ৰীবৰী লাড়ু’ ব্যৱহাৰ কৰা হয়। এই লাড়ুক লৈ এইবাৰ বিতৰ্ক।(Animal Fat Used In Laddu Prasadam)

Popular