ধৰ্ম

Planet Transit November: নৱেম্বৰ মাহত এই তিনিটা ৰাশিৰ সলনি হ’ব ভাগ্য, মনৰ ইচ্ছা পূৰণ হ’ব

জ্যোতিষৰ মতে নৱেম্বৰ মাহটো অতি বিশেষ হ’ব। এই মাহত সূৰ্য্য আৰু শুক্ৰকে ধৰি বহু বৃহৎ গ্ৰহৰ গতি সলনি হ’ব, যাৰ প্ৰভাৱ আটাইকেইটা ১২ ৰাশিৰ লোকৰ ওপৰত দেখা যাব।(Planet Transit November)

Kedarnath Dham Door Closed: আজিৰে পৰা বন্ধ কেদাৰনাথ ধামৰ দুৱাৰ, সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ

আজিৰে পৰা ছমাহলৈ বন্ধ হৈ পৰিল কেদাৰনাথ ধামৰ দুৱাৰ। শীতকালৰ বাবে পুৱা ৮.৩০ বজাৰ পৰা বন্ধ কৰা হ'ল দুৱাৰ। কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱা উপলক্ষে সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ।(Kedarnath Dham Door Closed)

Bhai Dooj 2024: ভাতৃ দ্বিতীয়া, আজি কৰক এই সমূহ কাম! পূজাৰ শুভ সময়, পূজা পদ্ধতি জানি লওক

ভাতৃ-ভগ্নীসকলে প্ৰতি বছৰে এই বিশেষ দিনটোৰ বাবে আগ্ৰহেৰে বাট চাই থাকে। (Bhai Dooj 2024) আজি সমগ্ৰ দেশতে ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন কৰা হৈছে।

Nilbagan Model Higher Secondary School । নীলবাগানত কিশোৰী ছাত্ৰীক বোৰ্খা পিন্ধোৱাক লৈ বিতৰ্ক

এইবাৰ বোৰ্খা বিতৰ্ৰত সাঙুৰ খাইছে হোজাই জিলাৰ এখন চৰকাৰী বিদ্যালয় ৷ হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত এই ঘটনাৰ পিছত অধ্যফ ফাইজ মহাম্মদ বৰভূঞাক সকিয়নি প্ৰদান কৰিছে হোজাই জিলা আমছুয়ে ৷ উল্লেখ্য চৰকাৰী বিদ্যালয়খনৰ এক সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিবেশনৰ সময়ত প্ৰতিযোগী ছাত্ৰীক বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে(Nilbagan Model Higher Secondary School )

Chhath Puja 2024: দীপাৱলীৰ পিছতে ছট পূজা, ছট পূজাৰ সময়ত কি কি কথা মনত ৰাখিব

বিশেষকৈ এই উৎসৱ সূৰ্য্য ঈশ্বৰৰ আশীৰ্বাদ বিচৰা আৰু তেওঁৰ শক্তিক আপোনাৰ জীৱনলৈ আমন্ত্ৰণ জনোৱাৰ এক সুযোগ।(Chhath Puja 2024)

Popular