Breaking

Browsing Category

প্ৰতিৰক্ষা

গণৰাজ্য দিৱস ২০২৩: পূৰ্ণগতিত প্ৰস্তুতি, অনলাইনত বিক্ৰী হ’ব ৩২ হাজাৰ টিকট…

চেণ্ট্ৰেল ভিষ্টা এভিনিউত হ’ব ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন। চৰকাৰে জনসাধাৰণৰ বাবে অনলাইনত বিক্ৰীৰ বাবে ৰাখিছে ৩২ হাজাৰ টিকট। উদযাপনৰ অংশ হিচাপে ২৩-৩১ জানুৱাৰীলৈ উদযাপনৰ ওপৰত এক উপস্থাপন অনুষ্ঠিত হ’ব।
Read More...

উত্থান দিৱসত এনডি আৰ এফক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোডীয়ে…

এন ডি আৰ এফ হৈছে দেশৰ যিকোনো দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাব পৰা এক বিশেষ বাহিনী। ২০০৬ চনৰ ১৯ জানুৱাৰীত ইয়াৰ উত্থান হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী
Read More...

জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন সন্ত্ৰাসবাদী…

মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন লেট সন্ত্ৰাসবাদী নিহত হয়। বিষয়াসকলে জনোৱা মতে, বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ।
Read More...

ভাৰত-ম্যানমাৰ সীমান্তৰ মিজোৰামৰ চম্পাই জিলাত মঙলবাৰে বিমান আক্ৰমণ চলায় ম্যানমাৰ সেনাই…

ভাৰত-ম্যানমাৰ সীমান্তৰ মিজোৰামৰ চম্পাই জিলাত মঙলবাৰে বিমান আক্ৰমণ চলায় ম্যানমাৰ সেনাই। ভাৰতৰ সীমান্তত থকা বিদ্ৰোহী সংগঠনৰ শিবিৰত ম্যানমাৰ সেনাৰ বোমা বিস্ফোৰণৰ পিছত আতংকই জুৰুলা কৰিছে সীমান্তৱৰ্তী গাঁওখনত।
Read More...

ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই কয় যে – এল এ চিৰ কাষৰ পৰিস্থিতি নিয়ন্ত্ৰণত কিন্তু…

ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই বৃহস্পতিবাৰে কয় যে চীনৰ সৈতে উত্তৰ সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও ‘অপূৰ্বানুমানিক’ হৈয়ে আছে। বাৰ্ষিক সেনা দিৱসৰ সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে দুয়োটা সশস্ত্ৰ বাহিনীৰ মাজত থকা সাতটা
Read More...

কৰ্কট ৰোগত আক্ৰান্ত অটো চালকৰ কন্যা ছত্তীশগড়ৰ পৰা প্ৰথম মহিলা ‘অগ্নিবীৰ’…

অগ্নিপথ আঁচনি ২০২২ৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিছা বাঘেল। বৰ্তমান হিছাই ২০২২ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অগ্নিপথ আঁচনিৰ অধীনত ওড়িশাৰ চিলকাত ভাৰতীয় নৌসেনাত জ্যেষ্ঠ মাধ্যমিক নিযুক্তি (SSR)ৰ বাবে প্ৰশিক্ষণ লৈ আছে৷
Read More...