Breaking

Browsing Category

পৰ্য্যটন,

আজিৰে পৰা দুমাহৰ বাবে চলিব অমৰনাথ যাত্ৰা..

প্ৰতিবছৰে লাখ লাখ ভক্তই অমৰনাথলৈ যোৱা ভক্তৰ বাবে আজিৰে পৰা দুমাহলৈ অমৰনাথ যাত্ৰা চলি থাকিব।লোকবিশ্বাস অনুসৰি অমৰনাথ যাত্ৰা মহাদেৱৰ ভক্তসকলৰ বাবে অতি বিশেষ বুলি চৰ্চিত । উল্লেখ্য যেঅমৰনাথ ধামক শিৱৰ আটাইতকৈ পবিত্ৰ আৰু অলৌকিক স্থান বুলি গণ্য
Read More...

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে…

অম্বুবাচীৰ নিবৃত্তিৰ পাছতে খুলি দিয়া হ’ল কামাখ্যাৰ মুখ্য দুৱাৰ। মা কামাখ্যাৰ আশীষ ল'বলৈ লাখ লাখ ভক্তৰ ভিৰ নীলাচলত। পুৱতি নিশাৰ পৰাই দেৱীৰ দৰ্শনাৰ্থে লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম । লোকে লোকাৰণ্য মা কামাখ্যা ধাম। নীলাচল পাহাৰত ভিৰ
Read More...

অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংযোজনে এক নতুন মাত্ৰা…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নত মানদণ্ডৰ আতিথ্যৰ সংযোজন কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ হ’বলৈ গৈ থকা তিনিখন পঞ্চতাৰকা হোটেলৰ স্থান পৰিদৰ্শন কৰে আজি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম
Read More...

এতিয়াৰে পৰা অসমত চলিব চৰকাৰী BAAYU APP ! ৰেপিড’, অ’লা, উবেৰক প্ৰত্যাহ্বান জনাই চৰকাৰে…

গুৱাহাটীত বন্ধ হোৱাৰ দিশে ৰেপিড', অ'লা, উবেৰৰ দৌৰাত্ম্য ৷ ৰেপিড', অ'লা, উবেৰক প্ৰত্যাহ্বান জনাই চৰকাৰে মুকলি কৰিলে অনুৰূপ BAAYU APP ৷
Read More...

‘প্ৰধানমন্ত্ৰী ই-বাছ সেৱা’ আঁচনিত কেবিনেটৰ অনুমোদন ! দেশৰ ১০০খন চহৰত চলিব ইলেক্ট্ৰিক…

'প্ৰধানমন্ত্ৰী ই-বাছ সেৱা' আঁচনিত কেবিনেটৰ অনুমোদন। ১০ হাজাৰখন ইলেক্ট্ৰিক বাছ চলোৱাৰ সিদ্ধান্ত। দেশৰ ১০০খন চহৰত চলিব এই
Read More...

ছিকিমত পাহাৰৰ সোঁত পাৰ হৈ যোৱাৰ সময়ত উটি গ’ল পৰ্যটকৰ গাড়ী

সীমান্ত পথ সংস্থাৰ তথ্য অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত চিংটমৰ পৰা ডিকচুলৈ গৈ আছিল এখন পৰ্যটকৰ বাহন। গাড়ীখনত ৪ জন পৰ্যটক আছিল। দেওবাৰে হোৱা প্ৰবল বৰষুণৰ ফলত পাহাৰীয়া ধাৰা এটাই জলপ্ৰপাতৰ সৃষ্টি কৰে। দিকচুলৈ যোৱা পথটো সেই পানীৰ
Read More...

দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত ভূটান পাহাৰৰ পাদদেশৰ পৰা বৈ অহা বৰনদীৰ পাৰৰ নয়নাভিৰাম সেউজীয়া পৰিবেশত ইণ্ডো-ভূটান ইক' টুৰিজিম চ'চাইটিৰ সৌজন্যত গঢ় লৈ উঠা পৰ্যটন ক্ষেত্ৰৰ গাতে লাগি থকা বৰনদী ধাবা নামৰ এখন
Read More...

অসম ৰাজ্যিক চিৰিয়াখানালৈ ৫ নতুন আলহী

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত ৩০ বছৰৰ অন্তত এটা জিৰাফৰ সৈতে দুটা জেব্ৰা এৰি দিলে পৰিৱেশ আৰু বন বিভাগ চন্দ্ৰ মোহন পাটোৱাৰীয়ে। কৰ্ণাটকৰ মহীশূৰ চিৰিয়াখানাৰ পৰা অনা এই জেব্ৰা দুটা
Read More...

অসমত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব – আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসত উদ্যোগ মন্ত্রী…

চাহ বাগিচা অঞ্চলত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে-ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু ভাৰতীয় চাহ বৰ্ডে যুটীয়া ভাৱে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ
Read More...

পৰ্যটনক্ষেত্ৰৰ শুভ বাৰ্তা! গুৱাহাটীৰ ৭ ধৰ্মীয় স্থান সংযোগ কৰা হ’ব জলপথেৰে

গুৱাহাটীৰ সাতটাকৈ ধৰ্মীয় স্থান জলপথৰ সৈতে সংযুক্ত কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে ই আভ্যন্তৰীণ জলপথ বিকশিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
Read More...