Breaking

Browsing Category

পৰ্য্যটন,

উত্তৰ-পূব ভাৰতক আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথ সমূহৰ সৈতে সংযোগ কৰাৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টা; ভাৰত…

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে। ভাৰতৰ বাবে এই বন্দৰটো কৌশলগতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত
Read More...

কাশী-বিশ্বনাথ কৰিডৰঃ বাৰাণসীৰ অৰ্থনীতিৰ বাবে হৈ পৰিছে আশীৰ্বাদ

কিশোৰী লাল আগৰৱালাৰ লংকা অঞ্চলত বাৰাণসীৰ মুখ্য জলপান কচোৰী-চাবজি বিক্ৰী কৰা এখন সৰু দোকান আছে। তেওঁৰ এয়া পাৰিবাৰিক ব্যৱসায় আৰু তেওঁ চতুৰ্থ প্ৰজন্মৰ ধ্বজাবাহক। তেওঁৰ দোকানখনে কেইবা দশক ধৰি কেৱল একেবিধ সামগ্ৰীয়েই বিক্ৰী কৰি আহিছে - কচুৰী ।
Read More...

গোলাঘাট জিলাৰ কাজিৰঙাত অৱস্থিত আৰক্ষী অতিথিশালাত নিশা কটাব মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

গোলাঘাট জিলাৰ কাজিৰঙাত থকা অসম আৰক্ষীৰ অতিথিশালাত আজি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিশাটো কটাব। উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত এই অতিথিশালাটি নিৰ্মাণ
Read More...

দেশৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে উত্তৰ-পূবক লৈ আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব দেশৰ শীৰ্ষ পৰ্যটনস্থলী হিচাপে উত্থাপিত হোৱাত সুখ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ
Read More...

উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা “ভাৰত গৌৰব” ৰ দিল্লীত ফ্লেগ অফ্ কৰিলে মিনাক্ষী লেখীয়ে

"এক ভাৰত, শ্ৰেষ্ঠ ভাৰত" আৰু "দেখো অপনা দেশ" শ্লোগান লৈ উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা আৰম্ভ কৰিলে "ভাৰত গৌৰব" ৰে'লখনে। দিল্লীৰ চফদাৰজং ষ্টেচনত মিনাক্ষী লেখীয়ে ফ্লেগ অফ্ কৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ১৫৬
Read More...

অসমৰ কামাখ্যা মন্দিৰ পৰিদৰ্শন ৰাণী মুখাৰ্জীৰ

অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে মঙলবাৰে তেওঁৰ ৪৫ সংখ্যক জন্মদিনত অসমৰ বিখ্যাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। অভিনেত্ৰীগৰাকীয়ে মন্দিৰৰ সন্মুখত হাত ভাঁজ কৰি থিয় হৈ থকা কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত
Read More...

২১ মাৰ্চত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ৰেল আৰম্ভ কৰিব ভাৰতীয় ৰেলৱেয়ে

ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলযোগে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহ সামৰি লোৱাৰ বাবে বিশেষভাৱে ডিজাইন কৰা ভ্ৰমণ “নৰ্থ ইষ্ট ডিচকভাৰী: বিয়ণ্ড গুৱাহাটী” পৰিচালনাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেলৱেই।
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্য বন্দী গাইডৰ কেমেৰাত; ঢেকীয়াপতীয়া বাঘৰ নয়নাভিৰাম দৃশ‍্য

নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুক্ত গঁড়ৰ বাসস্থান হৈছে কাজিৰঙা। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেকীয়াপতীয়া বাঘ পোৱা যায়। ২০০৬
Read More...

‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনো গঁড়ৰ চোৰাং চিকাৰ হোৱা নাছিল’: চোৰাং চিকাৰৰ বিৰুদ্ধে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় বৃহত্তৰ এক শিঙৰ গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে হলিউডৰ অভিনেতা তথা পৰিৱেশবিদ লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ই। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ১৯৭৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে কাজিৰঙা
Read More...

আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ উদ্যোগত ম’খ্ৰঙৰ আৰাদংগাত গণতন্ত্ৰ দিৱস উদযাপন; নৱবৰ্ষক…

প্ৰতিদিনেই কৰ্মব্যস্ততাৰ মাজত থাকি মুকলি মনেৰে ওলাই গৈ বন্ধুবৰ্গ, পৰিয়াল তথা কৰ্ম সহযোগীৰ সৈতে নিৰিবিলি ঠাইত সময় কটোৱাৰ উদ্দেশ্যে দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ উদ্যোগত আৰু জনকল্যাণ
Read More...