বতৰ

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Heavy Rains in Assam: অহা সপ্তাহত আহিব লগা ধাৰাসাৰ বৰষুণে শীত নমাব অসমত

আগন্তুক সপ্তাহত বংগোপ সাগৰত সৃষ্টি হব এক প্ৰচণ্ড ঘূৰ্ণী বতাহৰ। এই ঘূৰ্ণী বতাহৰ প্ৰভাৱতে অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন ২০২৪ বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ...

৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই…

৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমত ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলিও বতৰ...

হিমাচল প্ৰদেশৰ ছিমলাত ডাৱৰ বিস্ফোৰণ ঘটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি…

হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণ ঘটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি। এজন ব্যক্তিৰ মৃত্যু, ২৮ গৰাকী সন্ধানহীন। ডাৱৰ বিস্ফোৰণৰ পাছত পাৰ্বতি নদীয়ে লৈছে সংহাৰী...

Popular