বাণিজ্য

উত্তৰ-পূব ভাৰতক আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথ সমূহৰ সৈতে সংযোগ কৰাৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টা; ভাৰত আৰু ম্যানমাৰে যুটীয়া ভাৱে চিট ৱেবন্দৰৰ শুভ উদ্বোধন কৰে

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে। ভাৰতৰ বাবে এই...

বিশ্বৰ আটাইতকৈ দামী আম! ১৯,০০০ টকাকৈ বিক্ৰী…

এজন জাপানী কৃষকে বিশ্বৰ আটাইতকৈ দামী আম ২৩০ ডলাৰ (প্ৰায় ১৯,০০০ টকা) পৰ্যন্ত বিক্ৰী কৰিছে। ব্লুমবাৰ্গে প্ৰকাশ কৰিছে এই তথ্য৷ হিৰোয়ুকি নাকাগাৱা নামৰ এজন লোকে...

তামুলপুৰত ৫০গৰাকী মৌপালকৰ মাজত ৫০০ মৌ বাকচ আৰু সঁজুলি বিতৰণ

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সহযোগত সোমবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাস্থিত তামুলপুুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰেক্ষাগৃহত ইতিমধ্যে মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ...

ম্যানমাৰৰ চিটৱেবন্দৰত প্ৰৱেশ কৰিব লগীয়া প্ৰথম ভাৰতীয় মালবাহী জাহাজখনক আদৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৯ মে' তাৰিখে ম্যানমাৰৰ চিটৱে বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজক আনুষ্ঠানিকভাৱে আদৰিব।...

অসম গেছ কোম্পানী লিমিটেডে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কৰিলে চুক্তি স্বাক্ষৰ

চহৰৰ গেছ বিতৰণ নেটৱৰ্কক একত্ৰিত কৰাৰ লক্ষ্যৰে শনিবাৰে গুৱাহাটীৰ জনতা ভৱনত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে অসম গেছ কোম্পানী লিমিটেডে চুক্তি স্বাক্ষৰ হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত...

Popular