Breaking

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড!

0 191

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড।

বৃহস্পতিবাৰে নিশা বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক।

হামেদা বেগম নামৰ মহিলাগৰাকীক ডিঙি চেপি হত্যাৰ অভিযোগ।

অভিযুক্ত স্বামী জেল হকৰ গোৱালপাৰাৰ লক্ষীপুৰ থানাত আত্মসমৰ্পণ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Leave A Reply

Your email address will not be published.