Breaking

মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ZPMৰ নেতা লালডুহোমাই…

0 64

মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ZPMৰ নেতা লালডুহোমাই।


শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপাল হৰিবাবু কাম্ভাপটিয়ে।


আইজলৰ ৰাজভৱনত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান।


২০১৯ চনত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন হোৱা জেড পি এম বিধানসভা নিৰ্বাচনত ২৭খন আসন লাভ কৰি বিজয়ী হৈছিল।

Leave A Reply

Your email address will not be published.