Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মৃত্যু
Cashless Treatment Scheme: ৭ দিনত ১.৫ লাখ টকা! পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোকলৈ ‘নগদবিহীন চিকিৎসা’সেৱা…
Israel attack on gaza: গাজাত এতিয়া মৃতদেহৰ দ’ম! এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ
Elephant attack: হাতীক গা ধোৱাবলৈ গৈ ছিন্নভিন্ন হ’ল যুৱতীৰ শৰীৰ! কাষতে থিয় হৈ চাই ৰ’ল অসহায় প্ৰেমিক
Udali Doctor Torture Case:উদালীৰ চিকিৎসক নিৰ্যাতন-কাণ্ডৰ ১২ অভিযুক্তক ১০ বছৰৰ জেল-জৰিমনা
অসম
দৈনন্দিন বাৰ্তা
-
November 22, 2024
১ জুন ২০২১ত হোজাই জিলাৰ লংকাৰ ফুলতলি(Phultali Model Hospital) আদৰ্শ চিকিৎসালয়ত(Udali Doctor Torture Case) থকা কভিড কেয়াৰ(COVID-19) কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি আৰু ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১২ অভিযুক্তক শুকুৰবাৰে হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি এক ৰায়দান কৰে৷
Social Worker Jitu Sharma: অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, বিশিষ্ট সমাজকৰ্মী জিতু শৰ্মাৰ দেহাৱসান
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2024
নগাঁও জিলাৰ উৰিয়াগাঁও নিবাসী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী জিতু শৰ্মা (৬৪)ৰ(Social Worker Jitu Sharma) আজি পুৱা প্ৰায় ৮:৩০ বজাত নিজ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে।
Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
November 6, 2024
বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ(Elephant Deaths) কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ(MP government) বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত (Bandhavgarh Tiger Reserve)এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Khagarijan Colleg: খাগৰিজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ সাগৰ বৰুৱাৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ(Khagarijan Colleg) অৱসৰপ্ৰাপ্ত অধ্যক্ষ সাগৰ বৰুৱাৰ দদেওবাৰে পুৱা হোজাই জিলাৰ(Hojai District) লংকাস্থিত বাসভৱনত মৃত্যু হয়।
Empty Stage: বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 1, 2024
বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা(Empty Stage) তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য(Director Kulda Kumar Bhattacharya) আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত মৃত্যু ঘটে।
1
2
3
...
71
Page 2 of 71
Popular
Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া
দৈনন্দিন বাৰ্তা
-
January 15, 2025