Breaking

Browsing Category

সাহিত্য সংস্কৃতি

বিশ্ব নৃত্য দিৱসৰ দিনটোত ৰবীন্দ্ৰ নৃত্যৰে মুখৰিত তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ 

বিশ্ব নৃত্য দিৱসৰ আজিৰ দিনটোতে বিশ্ব কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬২ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰবীন্দ্ৰ নৃত্যৰ এক অনুষ্ঠানেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ।
Read More...

ধেমাজিত ‘পিচাক দমাচি’ৰ সামৰণি

ধেমাজিৰ লালুং তিনিআলিত অসমৰ অন্যতম জনগোষ্ঠী তিৱা সকলৰ ছাত্ৰ সংগঠন সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে দুদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে উদযাপন কৰা পঞ্চম বাৰ্ষিক পিচাক দমাচিৰ আজি সফলতাৰে সামৰণি পৰে৷
Read More...

উত্তৰ গুৱাহাটী সাহিত্য চক্ৰ, কৃষ্টিৰ কাৰেং আৰু আবিলেকৰ সৌজন্যত গাম্ভীর্যপূর্ণ ভাবে শিল্পী সম্বৰ্ধনা…

উত্তৰ গুৱাহাটীৰ সাংস্কৃতিক অনুষ্ঠান কৃষ্টি কাৰেং, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু উত্তৰ গুৱাহাটী সাহিত্য চক্ৰৰ যৌথ উদ্যোগত আবিলেকৰ প্ৰেক্ষাগৃহত দিনৰ ২-৩০ বজাৰ পৰা এক গাম্ভিৰ্যপূৰ্ণ আনুষ্ঠানত বিশিষ্ট শিল্পীক সম্বৰ্দ্ধনা জনোৱা
Read More...

চিত্ৰলেখাৰ নগৰী তেজপুৰত এদল সম্ভৱনাপূৰ্ণ চিত্ৰশিল্পীৰ আত্মপ্ৰকাশ 

চিত্ৰলেখাৰ নগৰী তেজপুৰত চিত্ৰকলাৰ এক বিপুল সম্ভাৱনা প্ৰকট কৰি ৪২ গৰাকীকৈ শিশু আৰু চেমনীয়াৰ তিনিদিনীয়া আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী এখন আজি শুভাৰম্ভ হয় তেজপুৰৰ অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত। উল্লেখ্য যে তেজপুৰৰ দক্ষ চিত্ৰশিল্পী ৰুণাল
Read More...

বিশিষ্ট কণ্ঠশিল্পী জুৱলি বৰুৱাক কণ্ঠশিল্পী ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান

২০২১ চনৰ ২১ এপ্ৰিল অসমৰ সংগীত জগতৰ বাবে এক বিষাদৰ দিন। কʼভিডত আক্ৰান্ত হৈ অকালতে চিৰদিনৰ বাবে আঁতৰি গৈছিল কণ্ঠশিল্পী ভিতালী দাস।অজস্ৰ গীতেৰে অসমৰ সাংস্কৃতিক পথাৰ জীপাল কৰা ভিতালী দাসৰ মৃত্যুৱে অসমৰ সংগীত জগত উকা কৰি থৈ গ'ল। এই গৰাকী মহান
Read More...

সলনি কৰা হ’ল তাৰিখ, ১৪ এপ্ৰিলৰ পৰিবৰ্তে ১৩ এপ্রিলতহে হ’ব বিহুৰ বিশ্ব অভিলেখ

১৪ এপ্ৰিল নহয়, ১৩ এপ্ৰিলত হ'ব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "গীনিজ বকু অব ৰেকৰ্ডৰ
Read More...

মাজুলীত ওলাইছে ‘হাতীপটী’; ‘হাতীপটী’ চাবলৈ এতিয়া অগণন শিশুৰ ভীৰ

শৈশৱত দেউতাৰ বোকোচাত উঠি নিশাৰ আকাশত হাতীপটী চোৱাৰ আনন্দৰ মাজত শিশু সকলৰ কোমল মনত মহাকাশ জগতখনৰ প্ৰতি এক বিশেষ দৃষ্টিভংগী গঢ়ি উঠে। মাজুলীত ওলাইছে হাতীপটী।হাতীপটী চাবলৈ এতিয়া অগণন শিশুৰ ভীৰ।পিছে কি এই হাতীপটী? এজাক গ্ৰন্থ পিপাসু শিশুৰ বাবে
Read More...

চৰকাৰী যোগাযোগত ইংৰাজী শব্দ ব্যৱহাৰ কৰিলে ৮৯ লাখ টকা জৰিমনা…

ইটালী চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিছে যাৰ অধীনত চৰকাৰী যোগাযোগত ইংৰাজী আৰু অন্যান্য বিদেশী শব্দ ব্যৱহাৰ কৰা নাগৰিকক শাস্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।
Read More...

মানৱদৰদী চিকিৎসক, সমাজহিতৈষী ডাঃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক, মানৱদৰদী চিকিৎসক, সমাজহিতৈষী ডাঃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে তেওঁৰ নামনি কামাখ্যাৰ নাৰ্চাৰীস্থিত বাসগৃহ চৌহদৰ বাকৰিত ' স্মৃতিৰ
Read More...

উন্মোচন কৰা হ’ল জানু নাথৰ কাব্যসংকলন “কবিতা আৰু মই”

২৮ মাৰ্চ মঙলবাৰে দিনৰ ১২ বজাত দিছপুৰ প্ৰেছক্লাৱত আয়োজন কৰা এখনি গ্ৰন্থ উন্মোচনী সভাত প্ৰতিভাৱান কবি জানু নাথৰ এখনি কাব্যসংকলন "কবিতা আৰু মই" উন্মোচন কৰে লেখক - জ্যেষ্ঠ সাংবাদিক ড° নৰেন হাজৰিকাই৷ সভাখনত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক
Read More...