Breaking

Browsing Category

সাহিত্য সংস্কৃতি

প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন ! ৰীণা বুঢ়াগোহাঁই বৰুৱাৰ অভিনন্দন গ্ৰন্থ…

প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্নৰীনা বুঢ়াগোহাঁই বৰুৱাৰ অভিনন্দন গ্ৰন্থ 'ৰবিজিতা'ৰ শুভ উন্মোচন যোৱা ১৭ আগষ্ট শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত জাঁজীৰ সন্তান কবি, লেখক, সাহিত্যিক ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ
Read More...

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিত কেইবাখনো অসমীয়া ছবি

১৬ আগষ্টত ঘোষণা কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এইবেলি কেইবাখনো অসমীয়া ছবি উজলি উঠে। পূৰ্বৰ দৰেই ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি অসমীয়া ছবিয়ে নিজৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম
Read More...

১৫আগষ্টত কটন এলম্‌নাই প্ৰেক্ষাগৃহত অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

সুনীতি সোণোৱালক প্ৰদান কৰা হ’ল 'আদৰ্শ জননী' ৰাজ্যিক বঁটা, গিৰীন্দ্ৰ বালা কেম্প্ৰাইক মৰণোত্তৰ ভাবে বিশেষ নাৰী বঁটা প্ৰদান গুৱাহাটী আগষ্ট, ১৫:গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলম্‌নাই হলত আজি অনুষ্ঠিত হ’ল এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান
Read More...

১৫ আগষ্টত কটন এলম্‌নাই প্ৰেক্ষাগৃহত অমৃত প্ৰবাহ কাকত গোষ্ঠীৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…

সুনীতি সোণোৱালক প্ৰদান কৰা হ’ল 'আদৰ্শ জননী' ৰাজ্যিক বঁটা, গিৰীন্দ্ৰ বালা কেম্প্ৰাইক মৰণোত্তৰ ভাবে বিশেষ নাৰী বঁটা প্ৰদান গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলম্‌নাই হলত আজি অনুষ্ঠিত হ’ল এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান৷ ২০১৫ চনৰে
Read More...

অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলন গঠন

১৯৮৭ চনত অসমৰ বহু সংখ্যক গণ্য মাণ্য কবিৰ বিশেষ প্ৰচেষ্টাত গঠিত হোৱা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ কাব্যানুষ্ঠান অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলীত প্ৰথমবাৰৰ বাবে আজি প্ৰতিষ্ঠা লাভ কৰে মাজুলী জিলা কবি সন্মিলনে ।
Read More...

স্বাধীনতা দিৱসৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ স্বেচ্ছাসেৱক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ চাৰিজন নিষ্ঠাবান স্বেচ্ছাসেৱকক ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে।
Read More...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

পদাধিকাৰ, আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক উষ্ম সম্বৰ্দ্ধনা নগাঁও, ৭ আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাক আজি সংঘ আৰু বিশ্ববিদ্যালয় পৰিয়ালে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে
Read More...

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ…

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মহানগৰীত কেন্দ্ৰীয়ভাৱে আয়োজন মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত এই কাৰ্যসূচী শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত
Read More...

প্ৰকাশ পালে মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’

প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদান সমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা হয় তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহি পৰে। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ
Read More...

প্ৰয়াত আয়ুৰ্বেদিক চিকিৎসক ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ বাসগৃহত মূখ্যমন্ত্ৰী

জালুকবাৰী ,৩ আগষ্ট, উত্তৰ-পূব ভাৰতৰ আয়ুর্বেদ শিক্ষা আৰু চিকিৎসা সেৱা প্ৰচাৰৰঅন্যতম বাটকটীয়া ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যৰ বাৰ্ধক্যজনিত কাৰণত ২৬ জুলাইত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল ।
Read More...