সাহিত্য সংস্কৃতি

ত্ৰয়োদশ কলগাছিয়া গ্ৰন্থমেলাৰ সফল সামৰণি

নামনি অসমৰ ধৰ্মীয় সংখ্যলঘূ সকলৰ বৌদ্ধিক চিন্তা চৰ্চাৰ কেন্দ্ৰস্থল বুলি পৰিচিত কলগাছিয়াত যোৱা ১৫ নবেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিস্তৃত বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে আয়োজন কৰা ত্ৰয়োদশ...

দৰং জিলা সাহিত্য সভাৰ সোনালী জয়ন্তী উদযাপন

'এতিয়া অসমীয়া ভাষা সংস্কৃতিলৈ প্ৰত্যাহ্বান নামি আহিছে । এক সৰ্বভাৰতীয় সংস্কৃতিয়ে গ্ৰাস কৰিছে অসমীয়া ভাষা সংস্কৃতি। আমাক সৰ্বভাৰতীয় পৰম্পৰা লাগিব কিন্তু , সৰ্বভাৰতীয় পৰম্পৰাৰ...

ইণ্ডো-ফ্রান্স আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ ‘লাচিত দ্য ৱৰিয়ৰ’লৈ শ্রেষ্ঠ এনিমেচন ছবিৰ বঁটা

অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, সুবক্তা , অভিনেতা , শিল্পী আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও দেশ - বিদেশত সুনাম অৰ্জন কৰা পাৰ্থ সাৰথি মহন্তই অসমৰ জাতীয়...

জাজৰিত দুদিনীয়া জিকিৰ-জাৰীৰ কৰ্মশালাৰ সফল সামৰণি

জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ উদ্যোগত আৰু জিকিৰ জাৰী চৰ্চা আৰু গবেষণা মঞ্চ অসমৰ সহযোগত যোৱা ১১আৰু ১২ নৱেম্বৰত নিচানতল সমূহীয়া ভৱনত দুদিনীয়া জিকিৰ...

অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ মানসেৰে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম ‘ শীৰ্ষক এক বিস্তৃত কাৰ্যসূচীৰ আয়োজন…

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা সমূহক এখনি মঞ্চ দিয়াৰ মানসেৰে 'অসম সাংস্কৃতিক মহাসংগ্ৰাম...

Popular