সাহিত্য সংস্কৃতি

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতা পুথি ‘ব্ৰিটল’ উন্মোচন

শ্বিলঙৰ ধানখেতিষ্ঠিত এক বিশেষ অনুষ্ঠানত আজি ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতাৰ পুথি 'ব্ৰিটল' উন্মোচন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ সংগীতজ্ঞ লু মাজাউয়ে। অনুষ্ঠানত খ্যাতি স্থানীয়...

পাকিস্তানী অভিনেত্ৰী উষ্না শ্বাহে ভাৰতীয় শৈলীৰ লেহেঙ্গা পিন্ধাৰ বাবে নিৰ্মমভাৱে ট্ৰ’ল হোৱাৰ পিছত ইনষ্টাগ্ৰাম ত্যাগ কৰে

বিবাহ অনুষ্ঠানত পিন্ধা ভাৰতীয় ষ্টাইলৰ লেহেংগাৰ ওপৰত ব্যাপক ট্ৰলিঙৰ কিছুদিন পিছতে পাকিস্তানী অভিনেত্ৰী উষ্না শ্বাহে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰি পেলায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত...

ৰাজ্যিক চলচ্চিত্র বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰথম অসমীয়া...

৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত মন্ত্ৰী পীয়ুষ হাজৰিকা

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সোণাপুৰৰ নৰতাপ মাৰকাঙত আয়োজিত ৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত...

নবীন বুঢ়াগোহাঞিৰ কবিতা-‘প্ৰাক্তন প্ৰেমিকাবোৰ বুঢ়ী হৈ গ’ল’

প্ৰস্তাৱনা: প্ৰেম এক জৈৱিক উদ্যোগৰঙা-নীলা-হালধীয়া বৰণএছাৰকণি মাৰে প্ৰত্যেক প্ৰেমিকককোনও নিপিন্ধাকৈ থাকিব পৰা নাই প্ৰেমৰ জিন্‌জিৰিয’তেই মই নাথাকো মোৰ গাত আপোনা-আপুনি পৰেহি পখিলা!তেতিয়া কোৱা হয় প্ৰেম...

Popular