Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ…

ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ"
Read More...

আই আই টি গুৱাহাটীত সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

আই আই টি গুৱাহাটীত সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ড০ ৰমেন চৌধুৰীক "সংগীত সাধনাৰ বাবে সম্বৰ্দ্ধনা" জ্ঞাপন আই আই টি গুৱাহাটীত কালি সৰগম সংগীত
Read More...

সাদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ১২ স্থানত বিশ্ব হিন্দু পৰিষদৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস

বিশ্ব হিন্দু পৰিষদৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈৰপৰা গুৱাহাটী মহানগৰীৰ বাৰটা স্থানত সাতদিন ধৰি উদযাপন কৰা হ'ব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ সৈতে সংগতি ৰাখি পৰিষদৰ গুৱাহাটী মহানগৰৰ সহযোগত খানাপাৰা
Read More...

সত্য ৰঞ্জন বৰাৰ গ্ৰন্থ “দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’…

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰা 'দ্ৰোহ সনাতন - শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা' শীৰ্ষক গৱেষণা মূলক গ্ৰন্থখনি আজি গুৱাহাটী টাউন ক্লাবৰ
Read More...

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে । দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা
Read More...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাখী বন্ধনৰ পৰ্বত অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাখী বন্ধন উপলক্ষে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মহিলা বিষয়া, কৰ্মচাৰীসকলৰ সৈতে ৰাখী বন্ধনৰ পৰ্বত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক
Read More...

নিশা কোকৰাঝাৰত অনুষ্ঠিত হ’ব ইউ পি পি এলৰ ক’ৰ কমিটিৰ বৈঠক

নিশা কোকৰাঝাৰত অনুষ্ঠিত হ'ব ইউ পি পি এলৰ ক'ৰ কমিটিৰ বৈঠক। ইউ পি পি এল ৰ সভাপতি প্ৰমোদ বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক। বৈঠকত উপস্থিত থাকিব ইউ পি পি এল ৰ মন্ত্ৰী-বিধায়ক, কাৰ্যবাহী পাৰিষদসকলো।
Read More...

নিজেশ্বৰী মন্দিৰত চলি থকা মনসা পূজাত উপস্থিত মুখ্যমন্ত্ৰী

দক্ষিণ কামৰূপৰ মিৰ্জা বৰকুছিস্থিত শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নিজেশ্বৰী মন্দিৰত চলি থকা মনসা পূজাত উপস্থিত মুখ্যমন্ত্ৰী । ব্যক্তিগত অসুবিধাৰ বাবে মন্দিৰৰ ভিতৰত প্ৰৱেশ
Read More...

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা

শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ উলহ মালহৰ মাজতে টাইপাৰ প্ৰতিবাদ। আহোম জনগোষ্ঠীৰ জনজাতিকৰনৰ প্ৰতিশ্ৰুতি পূৰন নকৰাৰ বাবে শিৱসাগৰত উত্তাল প্ৰতিবাদ
Read More...

এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান

এ আই ইউ ডি এফ'ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান নগাওঁৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম লৰিৰমুখত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত
Read More...