Breaking

Browsing Category

ৰাষ্ট্ৰীয়

কৰমণ্ডল দুৰ্ঘটনাত মৃত্যু হোৱা মৃতদেহ চিনাক্ত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ! কিমান মৃতদেহ…

কৰমণ্ডল দুৰ্ঘটনা সংঘটিত হোৱাৰ ৯ দিন পাৰ হৈ গ’ল। কিন্তু এতিয়াও বহু মৃতদেহ অচিনাক্ত অৱস্থাত ভুৱনেশ্বৰ মৰ্গত পৰি আছে। কিছুমানৰ অৱস্থা অতি বেয়া। ফলত সময়ৰ লগে লগে মৃতদেহ চিনাক্তকৰণৰ ক্ষেত্ৰত প্ৰশাসনে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া
Read More...

নতুন সংসদৰ দিশে মাৰ্চ কৰি থকা প্ৰতিবাদকাৰী মল্লযুঁজাৰুক আৰক্ষীয়ে কৰিলে আটক

দেওবাৰে দিল্লীত নিজৰ প্ৰতিবাদস্থলীৰ পৰা নতুন সংসদ অভিমুখে পদযাত্ৰা কৰিবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক ৰখাই আটক কৰে দিল্লীত। নতুন সংসদৰ সন্মুখত মহিলাৰ মহাপঞ্চায়ত অনুষ্ঠিত কৰিব বিচৰাত মল্লযুঁজাৰুসকলে নতুন সংসদ অভিমুখে পদযাত্ৰা
Read More...

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা নিটি আয়োগৰ বৈঠকলৈ নাহিল কেইবাজনো মুখ্যমন্ত্ৰী

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিটি আয়োগ পৰিষদৰ বৈঠক বাদ দিলে কেইবাজনো মুখ্যমন্ত্ৰীয়ে। বৈঠকত অংশগ্ৰহণ নকৰা নেতাসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,
Read More...

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ২৪ জন বিধায়কেৰে সিদ্দাৰমাইয়াই লাভ কৰিলে সম্পূৰ্ণ মন্ত্ৰীসভা

শনিবাৰে কৰ্ণাটকৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয় আৰু নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে শপত গ্ৰহণ কৰোৱাসকলৰ ভিতৰত এন ৰাজন্না, দীনেশ গুণ্ডু ৰাও, শৰণবছপ্পা দৰ্শনপুৰ, শিৱানন্দ পাটিল, এইচ কে পাটিল, কৃষ্ণ বাইৰেগৌড়া, এন
Read More...

মণিপুৰৰ হিংসা আৰু সংঘৰ্ষৰ বাবে ১০০০ শৰণাৰ্থীয়ে আশ্ৰয় লৈছেহি অসমৰ কাছাৰ জিলাত

মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ৫ মে’ত অসমৰ কাছাৰ জিলাত উপস্থিত হৈছে মুঠ ১০০০ জন লোক, যি হিংসাত্মক পৰিস্থিতিৰ বাবে ক্ষতিগ্ৰস্ত হৈ আহিছে।
Read More...

মণিপুৰলৈ শান্তি ঘূৰাই আনক-মণিপুৰী সমন্বয় সমিতি, গুৱাহাটী

গুৱাহাটীৰ মণিপুৰী সমন্বয় সমিতি, গুৱাহাটীত অধ্যয়ন কৰা মণিপুৰী ছাত্ৰ-ছাত্ৰীকে ধৰি গুৱাহাটীত বসবাস কৰা মণিপুৰী সম্প্ৰদায়ে মণিপুৰত চলি থকা অস্থিৰতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। ২০২৩ চনৰ ৩ মে’ত মণিপুৰৰ
Read More...

কৰ্ণাটকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চিৰ প্ৰসংগ

"দেশজুৰি এন আৰ চিৰ প্ৰয়োজন"- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ইস্তাহাৰক প্ৰশংসা কৰি এই মন্তব্য কৰে।
Read More...

দুদিনীয়া কেৰালা ভ্ৰমণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কোচিৰ নৌসেনাৰ বিমানবন্দৰত উপস্থিত

পৰম্পৰাগত মুণ্ডু (ধোঠী) পৰিধান কৰা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণ, ৰাজ্যিক মন্ত্ৰী পি ৰাজীৱ, বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰন প্ৰমুখ্যে দলীয় নেতাই আদৰণি জনায়।
Read More...

সমকামী বিবাহৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি। জানক বিভিন্ন ধৰ্মৰ যুক্তি কি…

সমকামী বিবাহৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি। জানক বিভিন্ন ধৰ্মৰ যুক্তি কি...? ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে সমলিংগৰ অনুমোদনৰ দাবীত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । এই
Read More...

আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গোটৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে…

আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানী গোটৰ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে...।বৰ্তমান আমেৰিকা ভ্ৰমণত আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। আমেৰিকাত আই এম এফ আৰু বিশ্ব বেংককে ধৰি বিভিন্ন সংগঠনৰ কাৰ্যসূচীত অংশ লৈছে মন্ত্ৰী গৰাকীয়ে।
Read More...