Breaking

Browsing Category

ৰাষ্ট্ৰীয়

নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ ওপৰত অমিত শ্বাহৰ প্ৰতিক্ৰিয়া…

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে নাগৰিকত্ব এটা কেন্দ্ৰীয় বিষয় আৰু কোনো ৰাজ্য চৰকাৰে CAA কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰে। লগতে, কোনো ৰাজ্য চৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰে।
Read More...

প্ৰতিশ্ৰুতিৰ পিছত বিয়া নকৰালে জালিয়াতি নহয়: উচ্চতম ন্যায়ালয়

এজন যুৱকে বিয়াৰ প্ৰতিশ্ৰুতি দি শেষত বিয়া নকৰে তেনে ক্ষেত্ৰত ছোৱালীজনীৰ পৰিয়ালে প্ৰতাৰণা কৰাৰ গোচৰ ৰুজু কৰে। উচ্চতম ন্যায়ালয়ে এই গোচৰ খাৰিজ কৰে। ন্যায়াধীশ সুধনশু ঢুলীয়া আৰু ন্যায়াধীশ প্ৰসন্ন বি বৰালে কয় যে বিবাহৰ প্ৰস্তাৱ আৰু ইয়াৰ
Read More...

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে উচ্চতম ন্যায়ালয়ত…

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচূড়ৰ সৈতে 'আয়ুষ সামগ্রিক সুস্থতা কেন্দ্ৰ'ৰ শুভ উদ্বোধন কৰে।
Read More...

বাঙ্গালুৰুলৈ সংস্থাপন বিচাৰি যোৱা তিতাবৰৰ মোহনাটিং বৰুৱাবাৰীৰ যুৱক ৰিতুপন ৰাজখোৱা সন্ধানহীন

তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম তিতাবৰৰ মোহনাটিং বৰুৱাবাৰী গাঁৱৰ ৰিতুপণ ৰাজখোৱা নামৰ ৩৯ বছৰ বয়সৰ এজন ব্যক্তি পাঁচদিনে নিৰুদ্দেশ।
Read More...

পেটিএম ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰঃ ফাষ্টটেগ প্ৰদান কৰা ৩২ টা বেংকৰ তালিকাৰ পৰা আঁতৰিল পেটিএম বেংকৰ নাম

পেটিএম ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ। পেটিএম পেমেণ্টবেংকৰ (পিপিবিএল) ওপৰত নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ আৰবিআইৰ নিৰ্দেশৰ পিছতে পেটিএমৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছে। এতিয়া ফাষ্টটেগ প্ৰদান কৰা ৩২ টা বেংকৰ তালিকাত নাই পেটিএমৰ নাম।
Read More...

পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত এজন প্ৰতিবাদী কৃষকৰ মৃত্যু

পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত প্ৰতিবাদৰ সময়ত এজন আন্দোলনকাৰী কৃষকৰ মৃত্যু। খেতিয়কজন হৃদৰোগত আক্ৰান্ত বুলি জানিব কৰা গৈছে। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি বুলি ঘোষণা কৰে।
Read More...

অসমৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পত্ৰ প্ৰেৰণ ৰাহুল গান্ধীৰ

ভাৰত জোড়ো ন্যায় যাত্রাত অহা বাধা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি এই যাত্রা সফল কৰি তুলিবৰ বাবে অসমৰ ১০০ গৰাকী বুদ্ধিজীৱি আৰু বিশিষ্ট ব্যক্তিয়ে ৰাইজ আৰু চৰকাৰৰ প্ৰতি এক আহ্বান জনাইছিল। ড° নগেন শইকীয়া,
Read More...

দেশৰ ১৫খন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বংগৰ উপৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, ওড়িশা, হাৰিয়ানা আৰু
Read More...

বলীউড বনাম দক্ষিণৰ ছবিৰ বিতৰ্কক লৈ অমিতাভ বচ্চনে কি ক’লে?

বিগত কেইবছৰমানৰ পৰা হিন্দী বনাম দাক্ষিণাত্যৰ চলচ্চিত্ৰ বিতৰ্কক লৈ বিভিন্ন মতামত ওলাই আহিছে। এইবাৰ অমিতাভ বচ্চনে নিজেই এই প্ৰসংগত নিজৰ মনোভাৱ প্ৰকাশ কৰিলে। শনিবাৰে পুনেৰ এখন বিশ্ববিদ্যালয়ে আয়োজন কৰা এখন চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত
Read More...

ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব পালন কৰিবলৈ যুৱশক্তিক আহ্বান কেন্দ্ৰীয়…

প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া দেশৰ নতুন ভোটাৰসকলক বৃহস্পতিবাৰে 'ৰাষ্ট্ৰীয় ভোটাৰ দিৱস'ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাৰুৱা কথাৰে উজ্জীৱিত কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। এই অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ
Read More...