Breaking

Browsing Category

ৰাষ্ট্ৰীয়

নজিৰবিহীন ! লোকসভা-ৰাজ্যসভাৰ পৰা ১৪১ গৰাকী বিৰোধী সাংসদক নিলম্বিত

লোকসভা-ৰাজ্যসভাত অব্যাহত আছে সংসদ নিলম্বনৰ ঘটনা। সোমবাৰৰ পিছত মঙলবাৰেও সংসদৰ পৰা বিৰোধী সাংসদ নিলম্বনৰ ধাৰা অব্যাহত থাকিল। মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন
Read More...

গৌৰৱ গগৈ, আব্দুল খালেকসহ নিলম্বিত লোকসভাৰ বিৰোধী দলৰ ৩৩ গৰাকী সাংসদ কোন কোন চাওক

চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ ভিতৰত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি বিৰোধী দলৰ ৩৩জন সাংসদক নিলম্বন কৰে। লোকসভাত সংঘটিত নিৰাপত্তা ভংগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী
Read More...

ভুৱা নথিৰে সংযোগঃ ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিলে ভাৰত চৰকাৰে

একে সময়তে ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে? দৰাচলতে চৰকাৰে ব্লক কৰি দিয়া মোবাইল ফোনৰ
Read More...

লোকসভাত উত্থাপিত টেলিকম বিধেয়ক

বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে সোমবাৰে লোকসভাত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু দূৰসংযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন টেলিকম বিধেয়ক উত্থাপন কৰে। যদিহে নতুন টেলিকম বিল গৃহীত হয় তেন্তে ই ব্ৰিটিছ যুগৰ টেলিগ্ৰাফ আইন, বেতাঁৰ
Read More...

১৩ বছৰীয়া কিশোৰীক অনুচিতভাৱে কৰা স্পৰ্শ, মন্তব্যৰ বাবে ৫০ বছৰীয়া ব্যক্তিক ৩ বছৰৰ কাৰাদণ্ড

মুম্বাইৰ এখন আদালতে এগৰাকী ৫০ বছৰীয়া ব্যক্তিক এগৰাকী ১৩ বছৰীয়া কিশোৰীক অনুপযুক্তভাৱে স্পৰ্শ কৰাৰ বাবে আৰু তাইক "hot" বুলি কোৱাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে উল্লেখ কৰিছে যে এই আইনে
Read More...

মুছলমান ধৰ্মগুৰুসকলৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ! বিয়াত বেণ্ড, বাঁহী আৰু ডিজেবাদকলৈ…

বিয়াত বেণ্ড, বাজা আৰু ডিজে বজালে কাজীয়ে নিকাহ পৰিৱেশন নকৰে। কানপুৰ ডেহাটত মুছলমান ধৰ্মগুৰুসকলৰ এখন সভা অনুষ্ঠিত হয়। অপচয় বন্ধ কৰাৰ বাবে বৈঠকত সৰ্বসন্মতিক্ৰমে এক ডিক্রী জাৰি কৰা হয়। তেওঁ বেণ্ড, সংগীত আৰু ডিজেক ইছলামৰ বিৰুদ্ধে বুলি
Read More...

মহেন্দ্ৰ সিং ধোনিৰ কন্যাৰ বিদ্যালয়ৰ মাছুল কিমান? বিদ্যালয়খনত কি শিকোৱা হয় জানেনে?

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজেই এখন সাধাৰণ বিদ্যালয়ত পঢ়িছিল। এটা অতি সাধাৰণ মধ্যবিত্ত পৰিয়ালতো ডাঙৰ-দীঘল হৈছিল। পিতৃ আছিল চৰকাৰী গৃহ ৰক্ষণাবেক্ষণৰ কৰ্মী আছিল। পিছে, তেওঁৰ সন্তানে ক’ত পঢ়ে জানেনে?
Read More...

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণঃ ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস দিনটো আছিল ১৯৯২ চনৰ ৬ ডিচেম্বৰ । ৩১ বছৰ পূৰ্বে এই দিনটোতে অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। বাবৰি মছজিদ ধ্বংসৰ পিছতে দেশত জ্বলি উঠিছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ
Read More...

দেশত ৪% বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা, বিপৰীতে অসমত সামগ্ৰীক অপৰাধ হ্ৰাস পাইছে ৫০…

দেশত ৪% বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা, বিপৰীতে অসমত সামগ্ৰীক অপৰাধ হ্ৰাস পাইছে ৫০ শতাংশঃ এনচিআৰবিৰ প্ৰতিবেদন নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোই প্ৰকাশ কৰিছে প্ৰতিবেদনত। প্ৰতিবেদনত নাৰীৰ বিৰুদ্ধে অপৰাধৰ তথ্যও প্ৰকাশ পাইছে।
Read More...