Breaking

Browsing Category

ৰাষ্ট্ৰীয়

বিপৰ্যয়ৰ পিছতে ইণ্ডিয়া মিত্ৰজোঁটৰ জৰুৰী বৈঠকৰ আহ্বান খাৰ্গেৰ

পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ইণ্ডিয়া মিত্ৰজোঁটে যেন সঠিকভাবে কাম আগবঢ়াই নিব পৰা নাছিল। বহুতে অভিযোগ কৰা অনিুসৰি এয়া কংগ্ৰেছৰ কাৰণে হোৱা নাছিল। কংগ্ৰেছৰ নেতাসকলে প্ৰচাৰত ব্যস্ত থকাৰ অজুহাতত আসন ভাগ-বতৰাৰ ক্ষেত্ৰত ইয়াৰ সহযোগী দলসমূহৰ সৈতে
Read More...

সকলো কলেজ আৰু বিশ্ববিদ্যালয়তে ‘চেলফি পইণ্ট’ বনাবলৈ নিৰ্দেশ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ‘চেলফি পইণ্ট’ সৃষ্টি কৰি বিভিন্ন ক্ষেত্ৰত দেশৰ সফলতাক উদযাপন কৰাৰ লগতে দেশৰ যুৱক-যুৱতীসকলক সজাগ কৰি তুলিবলৈ নিৰ্দেশ দিছে। ইউজিচিৰ সম্পাদক মনীষ যোশীয়ে
Read More...

মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত ডাঙৰ চুক্তি; আই পি এলত ‘ নিজ ঘৰ’লৈ ঘূৰি আহিব নেকি…

১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলাম । নিলামৰ আগতে কিছু ডাঙৰ খবৰ ওলাইছে । খবৰ অনুসৰি, গুজৰাট টাইটানছৰ বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ উভতি যাব । ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই
Read More...

অভিযোগ প্ৰমাণিত হ’লে মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু যোগগুৰু বাবা ৰামদেৱ

স্বঘোষিত যোগগুৰু বাবা ৰামদেৱৰ পুনৰ বিতৰ্ক। ‘কৰ’না ঔষধ’ হওক বা আয়ুৰ্বেদিক বনৌষধি হওক, ৰামদেৱৰ আয়ুৰ্বেদিক কোম্পানী ‘পতঞ্জলি’ৰ বিভিন্ন সামগ্ৰীয়ে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে বিজ্ঞাপন প্ৰচাৰত ‘ভুল বাৰ্তা’ দিয়াৰ বাবে
Read More...

৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বন্ধ থাকিব বিদ্যালয়ঃ দিল্লী চৰকাৰ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এসপ্তাহতকৈ অধিক সময় ধৰি বায়ু প্ৰদূষণ কমা নাই। প্ৰদূষণৰ পৰা কোনো ধৰণৰ ৰেহাই পোৱা নাই জনসাধাৰণে। সেয়ে নতুন দিল্লীত বিদ্যালয়ত শীতকালীন বিৰতিৰ কথা নিৰ্দেশনাৰ দৰিয়তে জানিবলৈ দিছে চৰকাৰে।
Read More...

কেৱল দিল্লী-এনচিআৰতে সীমাবদ্ধ নহয় সমগ্ৰ দেশত প্ৰদূষণৰ বাবে ফটকা নিষিদ্ধ – উচ্চতম…

উচ্চতম ন্যায়ালয়ে কয়- সমগ্ৰ দেশত ফটকা নিষিদ্ধ, আমাৰ নিৰ্দেশ কেৱল দিল্লী-এনচিআৰতে সীমাবদ্ধ নহয়। ফটকা নিষিদ্ধ কৰাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে আমি পূৰ্বৰ নিৰ্দেশ কেৱল দিল্লীৰ বাবেই নহয়। আমাৰ ফটকা নিষিদ্ধ কৰাৰ আদেশ
Read More...

কেৰালাৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি আত্মসমৰ্পণ এজন লোকৰ

কেৰালাৰ ত্ৰিচুৰ জিলাৰ এজন ব্যক্তিয়ে কালামাচেৰীত অনুষ্ঠিত এক প্ৰাৰ্থনা সভাত ধাৰাবাহিক বিস্ফোৰণ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। ডমিনিক মাৰ্টিন নামৰ লোকজনে দেওবাৰে ৰাতিপুৱা তিনিটা বিস্ফোৰণ সংঘটিত
Read More...

ভাৰতীয় সেনাৰ অগ্নিবীৰত নিযুক্তি পালে অসমৰ ১৭৫ জন এন চি চি কেডেটে ; নাৰেংগী সেনা ছাউনীত আটাইকে…

ভাৰত চৰকাৰে দুবছৰ পূৰ্বে দেশৰ সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা ক্ৰমে - স্থল সেনা , নৌ সেনা আৰু বায়ু সেনাত জোৱান পদত নিযুক্তিৰ বাবে চাৰি বছৰীয়া অগ্নিবীৰ নামৰ নতুন পদ্ধতি প্ৰৱৰ্তন কৰাৰ পিছত দেশজুৰি বিজেপি বিৰোধী ৰাজনৈতিক - অৰাজনৈতিক দল - সংগঠন
Read More...

দুই মেইটেই যুৱকক অপহৰণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মণিপুৰৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ শিক্ষাৰ্থী।…

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। জুলাই মাহতে অপহৃত হোৱা দুজন যুৱকৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আজি ইম্ফলৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ শিক্ষাৰ্থী । উত্তেজিত ছাত্ৰসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ লগতে লাঠীচালনাও
Read More...

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ৩ খন আসনত বিজয়ী এবিভিপি, এখনত জয়ী…

২০১৯ চনৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতাসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগনণাৰ ২৬ ৰাউণ্ডৰ অন্তত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰাৰ্থীয়ে তিনি খন আসনত জয় লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন
Read More...