ৰাষ্ট্ৰীয়

Deepotsav celebration in Ayodhya: আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ব অযোধ্যাৰ ২টা বিশ্ব অভিলেখ

উত্তৰ প্ৰদশৰ মুখ্যমন্ত্ৰী আদিত্যানাথ যোগীৰ উপস্থিতিত অযোধ্যাত হ'ব দুটাকৈ বিশ্ব অভিলেখ । ইফালে মঙলবাৰে সন্ধিয়া, শ শ মহিলাই মা চৰয়ুৰ সন্মুখত প্ৰদৰ্শন কৰিলে বিশাল আৰতি(Deepotsav celebration in Ayodhya) ।

Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন

গ্ৰন্থখনিত লেখকে 'বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ'ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।

Youngest Pancreatic Donor: মৃত্যুৰ পিছতো ৪ জনক নতুন জীৱন দিলে এটি শিশুৱে

কেনিয়াৰ ২ বছৰীয়া এটি শিশুৰ মৃত্যুয়ে ভাৰতত ইতিহাসৰ সৃষ্টি কৰিছে। এই দুখৰ সময়ত তেওঁৰ পিতৃ-মাতৃয়ে এনে এটা সিদ্ধান্ত ল'লে যিয়ে মানুহৰ জীৱন ৰক্ষা কৰে।(Youngest Pancreatic Donor) 

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

মন্ত্ৰী বিধায়কে ভৰি পৰিছে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ(MP Gaurav Gogoi)। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া উপ-নিৰ্বাচনকলৈ(Bihali By Election) ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী ৰাজনীতি দল।

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

Popular