Breaking

Browsing Category

ৰাষ্ট্ৰীয়

অহা বছৰ কিমান দিন বন্ধ থাকিব বেংক? জানুৱাৰীতে বন্ধ থাকিব ১৬ দিন, ১২ মাহৰ বন্ধৰ সম্পূৰ্ণ…

২০২৩ বৰ্ষটোৱে মেলানি মগাৰ সময় প্ৰায় সমাগত। আৰু কেইদিনমান পিছতে নতুন বছৰ আৰম্ভ হ'ব। 2024 চনৰ শনিবাৰে (দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ) আৰু দেওবাৰৰ বাহিৰেও আন কেইবাদিনো ধৰি বেংক বন্ধ থাকিব। ৰিজাৰ্ভ বেংকে স্থানীয় উৎসৱ আৰু বাৰ্ষিকী অনুসৰি বেংক
Read More...

ৰাম মন্দিৰত উৰিব ৪২ ফুট বহল – ৪০ ফুট দৈৰ্ঘ্যৰ পতাকা…

ৰাম মন্দিৰৰ পতাকাঃ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ অভিষেক ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব। ইফালে খবৰ আহিছে যে ঝাৰখণ্ডৰ হাজাৰীবাগত নিৰ্মিত ৪০ ফুট দীঘল আৰু ৪২ ফুট বহলৰ পতাকাখন অযোধ্যাত উৰিব। অযোধ্যাত ৰাম মন্দিৰৰ সাজু হৈছে। এই পতাকাখন
Read More...

তুমি হৈ গ’লা হিন্দু! গেৰুৱা হিজাব পিন্ধি যোগীক লগ কৰাৰ বাবেই কাজীৰ ৰোষত মুছলমান মহিলা

গেৰুৱা হিজাব পিন্ধি যোগী লগ কৰাৰ বাবেই কাজীৰ ৰোষত মুছলমান মহিলা৷ মূৰত গেৰুৱা স্কার্ফ মেৰিয়াই সেই গৰাকী মহিলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক লগ কৰিবলৈ গৈছিল৷ সেয়াই আছিল তেওঁৰ অপৰাধ৷ গেৰুৱা পোছাক পৰিধান কৰাৰ বাবেই মহিলাগৰাকীক
Read More...

বিগত ২৪ ঘন্টাত কোনবোৰ ৰাজ্যত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ল?

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা সৰ্বাধিক বৃদ্ধি কেৰালাত ১২৮, তাৰ পিছতে কৰ্ণাটক ৭৩ জন। সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা
Read More...

৫০০ বছৰৰ অপেক্ষাৰ অন্ত পৰিবঃ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ শুভ উদ্বোধন, অযোধ্যাই লাভ কৰিব প্ৰথমটো…

৫০০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। ২০২৪ বৰ্ষৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। সেই দিনটোতে অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত স্থাপন কৰা হ’ব ৰামলালাৰ মূৰ্তি। ইয়াৰ সমান্তৰালভাবে অযোধ্যাই লাভ কৰিব প্ৰথমটো
Read More...

দিল্লীৰ মণ্ডীহাউচ স্থিত ‘ললিত কলা একাডেমীত’ অসমৰ ৩ চিত্ৰশিল্পীৰ শিল্পকৰ্ম…

দিল্লীৰ মণ্ডীহাউচ স্থিত "ললিত কলা একাডেমীত" ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈআয়োজিত ৰাষ্ট্ৰীয় প্ৰৰ্দশনী বাবে নিৰ্বাচিত হোৱা অসমৰ 'গ্ৰোপ ৯০/২১' শীৰ্ষক শিল্পপ্ৰদৰ্শনীখনত অসমৰ মুঠ ৩ জন চিত্ৰশিল্পী ক্ৰমে অতুল চন্দ্ৰ বৰুৱা,পৰেশ শইকীয়া ,
Read More...

ক্ৰিকেট এৰি কেনেদৰে সময় কটাব বিচাৰে ‘দেশপ্ৰেমিক’ ধোনীয়ে?

আই পি এলৰ নিলামৰ অন্ত পৰিল। সকলোৰে দৃষ্টি এতিয়া মহেন্দ্ৰ সিং ধোনীৰ ওপৰত। তেওঁ কেনেকৈ খেলিব ? তেওঁৰ দলটো আকৌ আই পি এল চেম্পিয়ন হ’ব পাৰিবনে? এনে সকলো প্ৰশ্নই ভাৰতীয় ক্ৰিকেট মহলত প্ৰচাৰিত হৈছে । ক্ৰিকেট এৰিলে কি কৰি সময় কটাব মাহি ওৰফে এম
Read More...

মল্লযোদ্ধাৰ প্ৰতিবাদঃ এইবাৰ পদ্মশ্ৰী ঘূৰাই দিব মল্লযোদ্ধা বীৰেন্দৰ সিঙেও…

মল্লযোদ্ধা বজৰং পুনিয়াৰ পিছত এইবাৰ মল্লযোদ্ধা বীৰেন্দৰ সিঙে সহযোগী খেলুৱৈ সাক্ষী মালিকক সমৰ্থন জনাইছে৷ সাক্ষীয়ে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বীৰ পদত ডব্লিউএফআইৰ প্ৰাক্তন সভাপতি ব্ৰজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ লোক অধিষ্ঠিত হোৱাৰ পিছত খেলৰ পৰা
Read More...

গৰু ঈশ্বৰৰ সমতুল্য! গোহত্যা কৰিলে ঈশ্বৰে ক্ষমা নকৰেঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ মন্তব্য…

গোহত্যাকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে৷ এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়। সেয়েহে ঈশ্বৰে গৰুক অত্যাচাৰ কৰা বা গোহত্যা কৰাসকলক ক্ষমা নকৰে। এয়া কোনো হিন্দুত্ববাদী নেতাৰ ভাষ্য নহয়। খোদ গুজৰাট উচ্চ ন্যায়ালয়ৰ খণ্ড
Read More...

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত; মাজুলীত সত্ৰাধিকাৰ…

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব। অহা ২৭ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়াকৈ মাজুলীত কেবাটাও কাৰ্যসূচীত সৰসংঘচালক গৰাকীয়ে অংশগ্ৰহণ কৰিব ৷
Read More...