Breaking

Browsing Category

ৰাষ্ট্ৰীয়

লক্ষ্য ৩৫০! বিজেপিৰ বৈঠকত জয়ৰ লক্ষ্য বান্ধি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ইণ্ডিয়া মিত্ৰজোঁটক পৰ্তিহত কৰি জয়ী হ’বলৈ ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৩৫০ খনতকৈও অধিক আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা বিজেপিৰ দুদিনীয়া বৈঠক উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে
Read More...

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ বিহাৰৰ চন্দন কুমাৰ, ১৮ মাহ পূৰ্বে কৰাইছিল বিয়া

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত সংঘৰ্ষত পাঁচজন সেনা জোৱান নিহত হৈছে৷ নিহতসকলৰ ভিতৰত বিহাৰৰ ২৬ বছৰীয়া চন্দন কুমাৰো আছে৷ চন্দনে ১৮ মাহ পূৰ্বে বিয়া কৰাইছিল৷ বিহাৰৰ ৱাৰচালিগঞ্জৰ নাৰো মুৰাৰ গাঁৱৰ বাসিন্দা মৌলেশ্বৰ সিং
Read More...

এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়; গতিকে গৰু বধ বা গৰুৰ ওপৰত কোনো অত্যাচাৰ হ’লে ভগৱানে আমাক…

বহু গৰু বুঢ়া হ’লে ৰাজপথত এৰি দিয়া হয়। এই সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটৰ উচ্চ ন্যায়ালয়ত পথত গৰু দুৰ্ঘটনাগ্ৰস্থৰ সংখ্যা অধিক বুলি যুক্তি দিয়া হৈছে। শুকুৰবাৰে আনুষংগিক গোচৰৰ শুনানিৰ সময়ত
Read More...

কুইন অৱ মিলেটছ! কৰিলে ৩০টা জাতৰ খেতি, অংশগ্ৰহণ কৰিলে জি-২০ শীৰ্ষ সন্মিলনত; ৰাইমতীৰ বিষয়ে জানক…

কুইন অৱ মিলেটছ: ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত অনুষ্ঠিত জি-২০ সন্মিলনত ৰাইমতীক এক অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সৰু গাঁওখন এৰি তেওঁ শীৰ্ষ সন্মিলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ওড়িশাৰ কোৰাপুট নামৰ সৰল গাঁৱৰ ৰাইমতী ঘুৰিয়াক প্ৰায়ে
Read More...

ঝাৰখণ্ডত মাওবাদীয়ে বোমাৰে উৰুৱালে ৰে’ল লাইন, কথমপি ৰক্ষা যাত্ৰীবাহী ৰে’লৰ…

ঝাৰখণ্ডত পুনৰ অঘটন ঘটালে মাওবাদীয়ে। শুক্ৰবাৰে মাওবাদীয়ে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছিল। এনে আহ্বানৰ মাজতে মাওবাদীয়ে ঝাৰখণ্ডৰ চক্ৰধৰপুৰত ৰে’লপথ উৰুৱাই দিছে। ফলত হাওৰা-মুম্বাই শাখাত ৰে'ল সেৱা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে মাওবাদীয়ে
Read More...

ভাৰতৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি…

২০২৪ৰ গণৰাজ্য দিৱস সমাগত। নতুন বছৰৰ প্ৰথমটো মাহতে গণৰাজ্য দিৱস। জি-২০ সন্মিলনৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও বাইডেনে বিশেষ কাৰণত ভাৰতত সেই সময়ত উপস্থিত থাকিব নোৱাৰিব
Read More...

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণঃ নিহত সৈনিকৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি…

কাশ্মীৰত নিহত সৈনিকৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি পালে।বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ কনভয়ত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আন এজন সৈনিক নিহত হৈছে। ইয়াৰ ফলত মৃত্যুৰ সংখ্যা পাঁচলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে আবেলি
Read More...

আয়তকৈ অধিক সম্পত্তিঃ পত্নীসহ তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত তামিলনাডুৰ উচ্চ শিক্ষামন্ত্ৰী

আয়তকৈ অধিক সম্পত্তি আহৰণ কৰি বিপদত পৰিল তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী কে পোনমুদি আৰু তেওঁৰ পত্নী। মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। দম্পতীহালক ৫০ লাখ টকাৰ জৰিমনাও বিহা
Read More...

ভাৰতত ৪ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিষিদ্ধ হ’ল কাহৰ দৰব…

ভাৰতত ৪ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিষিদ্ধ হ’ল কাহৰ দৰব ভাৰতত চাৰি বছৰৰ তলৰ কোনো শিশুকে কাহৰ দৰব খুৱাব পৰা নাযাব। চৰকাৰে এইক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা।শেহতীয়াকৈ ভাৰতত উৎপাদিত কফ চিৰাপ খাই বিশ্বৰ কেইবাখনো দেশত ১৪১ টি শিশুৰ মৃত্যু ঘটিছে।
Read More...