Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ব্ৰীজভূষণৰ অনুগতৰ জয়লাভঃ প্ৰতিবাদ জনাই মল্লযুঁজৰ পৰাই অৱসৰ ল’লে সাক্ষী মালিকে…

প্ৰতিবাদৰ জুইকুৰা যেন উমি উমি জ্বলি আছে মল্লযোদ্ধাৰ মনত। পুনৰ তাৰেই বহিঃ প্ৰকাশ ঘটিল। একাংশ মল্লযোদ্ধা যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভাৰতীয় মহিলা মল্লযোদ্ধাই অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ
Read More...

লোকসভাৰ পৰা নিলম্বিত আৰু তিনিজন বিৰোধী সাংসদ, মুঠ সংখ্যা ১৪৬ লৈ বৃদ্ধি! এইবাৰ কোন কোন সাংসদ নিলম্বিত…

বৃহস্পতিবাৰে আৰু তিনিজন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হয়। লোকসভাত অসংসদীয় আচৰণৰ বাবে সাংসদসকলক নিলম্বন কৰিলে অধ্যক্ষ ওম বিৰলাই। ইয়াৰ লগে লগে লোকসভাৰ পৰা নিলম্বিত হোৱা মুঠ সাংসদৰ সংখ্যা ১৪৬ জনলৈ বৃদ্ধি পাইছে।
Read More...

ইডিৰ চমন অবৈধ, ই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতঃ অৰবিন্দ কেজৰিৱাল

সুৰা নীতিৰ গোচৰত জাৰি কৰা ইডিৰ চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ইডিৰ এই চমনো পূৰ্বৰ চমনৰ দৰেই অবৈধ। তেওঁ লগতে কয়, "ইডিয়ে এই চমন প্ৰত্যাহাৰ
Read More...

সলনি হ’ব টোলকৰ সংগ্ৰহৰ পদ্ধতি ! মাৰ্চৰ ভিতৰত দেশৰ টোলগেটসমূত জিপিএছ সংযোগ কৰাৰ সিদ্ধান্ত…

সলনি হ'ব টোলকৰ সংগ্ৰহৰ পদ্ধতি! মাৰ্চৰ ভিতৰত দেশৰ টোলগেটসমূত জিপিএছ সংযোগ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
Read More...

কোন কোন ৰাজ্যত সৰ্বাধিক সক্ৰিয় ক’ভিড- ১৯ ৰোগী আছে ?

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি কেৰালাত সৰ্বাধিক ২,৩৪১ জন, কৰ্ণাটক ৯২ জন, তামিলনাডুত ৮৯ জন, মহাৰাষ্ট্ৰত ৪৫ জন আৰু গুজৰাটত ২৩ জন, কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ২২ জন সক্ৰিয় ৰোগী, গোৱাত ১৯ জন।
Read More...

ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গেক অহা মাহৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে…

শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰত অহা মাহত ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ বাবে ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গেকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতালৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা বুলি একাধিক খবৰ প্ৰকাশ পাইছে।
Read More...

নজিৰবিহীন ! লোকসভা-ৰাজ্যসভাৰ পৰা ১৪১ গৰাকী বিৰোধী সাংসদক নিলম্বিত

লোকসভা-ৰাজ্যসভাত অব্যাহত আছে সংসদ নিলম্বনৰ ঘটনা। সোমবাৰৰ পিছত মঙলবাৰেও সংসদৰ পৰা বিৰোধী সাংসদ নিলম্বনৰ ধাৰা অব্যাহত থাকিল। মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন
Read More...

ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ অহা মাহৰ আৰম্ভণিতে ইয়াৰ গন্তব্যস্থানত উপনীত হ’ব:…

কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল1", অহা মাহৰ আৰম্ভণিতে, সঠিকভাৱে ক'বলৈ গ'লে, জানুৱাৰী 2024-ৰ প্ৰথম সপ্তাহৰ আশে পাশে ইয়াৰ গন্তব্য স্থান লাগ্ৰেঞ্জ পইণ্ট 1-ত উপনীত হ'ব।
Read More...

‘জনা নাছিলো যে জীৱনটো ইমান সলনি হ’ব’- জন্মদিনত পত্নী লিন লায়শ্ৰমৰ বাবে আন্তৰিকতাৰে টোকা…

অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰমে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যোৱা মাহত পৰম্পৰাগত মেইটেই অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। ১৯ ডিচেম্বৰত লিনে জন্মদিন উদযাপন কৰে। ৰনদীপে নিজৰ ইনষ্টাগ্ৰাম
Read More...