Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ভজন লাল শৰ্মাৰ

শুকুৰবাৰে মৰুৰ ৰাজ্য ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে ভজন লাল শৰ্মাই। শপতগ্ৰহণৰ পূৰ্বে শৰ্মাই তেওঁৰ পিতৃ-মাতৃৰ চৰণ ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে। উল্লেখ্য শুকুৰবাৰে ভজন লাল শৰ্মাৰ জন্মদিনো আছিল। জন্মদিনটো তেওঁৰ জীৱনৰ অন্যতম
Read More...

নাবালিকাক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড, ১০ লাখ টকাৰ জৰিমনা

নাবালিকাক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ১০ লাখ টকাৰ জৰিমনা বিহিছে আদালতে। উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ কথাই এতিয়া বেছ চৰ্চা লাভ
Read More...

হোটেলৰ ৰুমত হেৰুৱালে ৬ কোটি ৭৩ লাখ টকীয়া আঙঠি…

পেৰিছ নিউজঃ হোটেলত হেৰুৱালে ৬ কোটি ৭৩ লাখ টকীয়া আঙঠি। আঙঠিটোৰ মালিক ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, শুকুৰবাৰে চহৰখনত বজাৰ কৰিবলৈ যোৱা কেইঘণ্টামানৰ বাবে হোটেলৰ কোঠাত এখন টেবুলত আঙঠিটো থৈ গৈছিল। এই আঙঠিটোৰ মালিক আছিল হোটেলখনৰ অতিথি
Read More...

লোকসভাৰ সাংসদ পদ কৰ্তনঃ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ

ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হয়। মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ
Read More...

অনুচ্ছেদ ৩৭০: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহে

কাশ্মীৰৰ প্ৰসংত সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। কেন্দ্ৰই কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি ৰায় দান কৰে আদালতে। উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়টোত কয় যে
Read More...

চিনেমা নহয় বাস্তৱ ঘটনাঃ হত্যাৰ অভিযোগত কাৰাগাৰত থকা অমিত চৌধুৰীয়ে আইন পঢ়ি নিজকে কৰিলে অভিযোগমুক্ত!

কোনো চিনেমাৰ ঘটনা নহয়, বাস্তৱৰ ঘটনা এয়া। এজন যুৱকক তেওঁৰ ১৮ বছৰ বয়সতে কনিষ্টবল হত্যা আৰু অস্ত্ৰ লুটৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যুৱক অমিত চৌধুৰীয়ে কাকো হত্যা নকৰাকৈয়ে এনেদৰে কাৰাবন্দী হোৱাৰ কথাটো মানি ল’ব পৰা নাছিল।
Read More...

উচ্চতম ন্যায়ালয়ত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ মুখ্যমন্ত্ৰী যোগীৰ প্ৰথম প্ৰতিক্ৰিয়া…

জম্মু কাশ্মীৰ অনুচ্ছেদ ৩৭০ঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। চিজেআই ডি.ৱাই. চন্দ্ৰচুদে সোমবাৰে কয় যে ২০১৮ চনৰ ডিচেম্বৰ মাহত জম্মু-কাশ্মীৰত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ
Read More...

ৰাজ্যসভাত অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে…

এতিয়াৰে পৰা ৰাজ্যসভাত নামাজৰ বাবে সময়ৰ পৰিসমাপ্তি। নামাজৰ বাবে ৩০ মিনিটৰ বিৰতি
Read More...

আজি জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে সিদ্ধান্ত…

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি SCত গুৰুত্বপূৰ্ণ ৰায়দান।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া সাংবিধানিক বিচাৰপীঠে দিব ৰায়।জম্মু-কাশ্মীৰে হেৰুৱাইছিল বিশেষ ৰাজ্যৰ মৰ্যাদা।
Read More...