Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপালক প্ৰদান কৰিব পদত্যাগ পত্ৰ!

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপাল কলৰাজ মিশ্ৰৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিব বুলি খবৰ প্ৰকাশ পাইছে। বিধানসভা নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনত বিজেপি পুনৰ
Read More...

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত জয়লাভ কৰাৰ পিছত সন্ধিয়া বিজেপিৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব…

মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজয়ৰ পথত বিজেপি। এই পৰিবেশত দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মী আৰু সমৰ্থকসকলক সাক্ষাৎ কৰিব। সূত্ৰ অনুসৰি,
Read More...

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ ডগে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক…

কুকুৰে দিলে চমক।এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙিছে। শিশুটিক ইতিমধ্যে সুৰক্ষিতভাৱে
Read More...

স্বয়ম্ভূ বাবা নিত্যানন্দৰ কৈলাশৰ সৈতে চুক্তি স্বাক্ষৰ কৰি শাস্তিৰ সন্মুখীন পাৰাগুৱেৰ বিষয়া…

পলাতক বাবা নিত্যানন্দই নিজাকৈ এখন ৰাষ্ট্ৰ গঠন কৰাৰ কথা ঘোষণা কৰি আহিছে। তেওঁৰ দেশ খনৰ নাম কৈলাশ। কৈলাশৰ সৈতে পাৰাগুৱেৰ এজন বিষয়াই চুক্তি স্বাক্ষৰ কৰাৰ পিছতে বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় বাবা জনে এখন কাল্পনিক ৰাজ্য গঠন
Read More...

আজি পুৱা লাডাখত ৩.৪ প্ৰাব্যলৰ ভূমিকম্প…

বৃদ্ধি পাইছে ভূমিকম্পৰ প্ৰকোপ। আজি পুৱা লাডাখত ৩.৪ প্ৰাব্যলৰ ভূমিকম্প। কম তীব্ৰতাৰ বাবে কোনো ধৰণৰ জীৱন বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
Read More...

মহানায়কঃ উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ শ্ৰমিকক ‘নিগনি-গহ্বৰ’ খান্দি উদ্ধাৰ কৰিছিল মুন্না…

এজন তেনেই সাধাৰণ শ্ৰমিক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল।
Read More...

মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহক আৰ এছ এছ নেতাৰ জন্ম শতবাৰ্ষিকী পালনৰ নিৰ্দেশ…

মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহক আৰ এছ এছ নেতাৰ জন্ম শতবাৰ্ষিকী পালনৰ নিৰ্দেশ ইউজিচিৰ ।ইউজিচিয়ে সমগ্ৰ মহাৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহক আৰ এছ এছৰ নেতা আৰু এবিভিপিৰ প্ৰতিষ্ঠাপক সদস্য দত্তজী দিডলকাৰৰ জন্ম
Read More...

গুজৰাটত বিষাক্ত কফ চিৰাপ খাই পাঁচ জন লোকৰ মৃত্যু…

গুজৰাটত আয়ুৰ্বেদিক কফ চিৰাপ খাই পাঁচজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। আন দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে কফ চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল। সেই ঔষধ গ্ৰহণ কৰাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। যোৱা দুদিনত
Read More...

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য…

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতেই বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
Read More...

ভাৰতলৈ উভতি অহাৰ পাছত হঠাৎ ক’লৈ গ’ল অঞ্জু…

পাকিস্তানৰ পৰা ভাৰতলৈ উভতি অহা অঞ্জু কিন্তু এতিয়া ক’ত আছে কোনেও নাজানে। বিমানবন্দৰৰ পৰা ওলাই অহা ব্যক্তিজনৰ পৰিচয়ক লৈও চাচপেন্স। প্ৰায় ৫ মাহৰ পিছত ৱাগাহ সীমান্তৰে ভাৰতলৈ উভতি আহে অঞ্জু। ভাৰতত উপস্থিত হোৱাৰ পিছতে অঞ্জুক নিৰাপত্তা সংস্থাই
Read More...