ৰাষ্ট্ৰীয়

7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।

Haryana Assembly elections 2024: সপোন আধৰুৱা হ’ব ৰাহুল গান্ধীৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা আম আদমী পাৰ্টিৰ। ৰবিবাৰে দলটোৱে প্ৰথমখন তালিকা প্ৰকাশ কৰিব পাৰে। আম আদমী পাৰ্টিয়ে ৫০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।(Haryana Assembly elections 2024)

Durand Cup 2024 : ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ : পাৰ্থিৱ গগৈ…

‘ফুটবলত ব্যক্তিগত প্ৰদৰ্শন স্বাভাৱিকতে মুল্যহীন যদিহে দলৰ প্ৰদৰ্শন ফলদায়ক নহয় ৷ সেয়ে মই বিশ্বাস কৰো দলে উন্নত প্ৰদৰ্শন কৰাটো ৷ আমি যেতিয়া এখন...

RG Kar Doctor Rape and Murder: বিভ্ৰান্তিকৰ তথ্যৰে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা অভিযুক্ত সঞ্জয়ৰ

আৰ জি কৰ হাস্পতালৰ এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আপডে(RG Kar Hospital Doctor Rape and Murder)টঃ পলিগ্ৰাফ পৰীক্ষাত চি বি আইৰ তদন্তৰ সময়ত প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ৰ বক্তব্যত বহু অসামঞ্জস্য কথা পোহৰলৈ আহিছে। সম্পূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ’ বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক মন্তব্য

আৰ. জি. ক'ৰ চিকিত্‍সা মহাবিদ্যালয়ৰ এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পৰিয়ালৰ লোকক জোৰ-জুলুম কৰি ভিডিঅ' বনাবলৈ বাধ্য কৰোৱা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰিছে নিৰ্যাতিতাৰ পেহিয়েকে ।

Popular