Breaking

Browsing Category

ৰাষ্ট্ৰীয়

লোকসভাত অবিৰত হুলস্থুল! লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা

সাংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰী পক্ষ আৰু বিৰোধীৰ ধাৰাবাহিক বিক্ষোভ। দুয়ো পক্ষৰ এনে স্থিতিত অচল হৈ আছে সংসদ। এনে পৰিস্থিতিত তীব্ৰ অসন্তুষ্ট লোকসভাৰ অধ্যক্ষ ওম বিৰলা। সেয়ে তেওঁ নজিৰবিহীন এক স্থিতি গ্ৰহণ কৰিছে। তেওঁ সিদ্ধান্ত লৈছে লোকসভাৰ
Read More...

নিউ বঙাইগাঁও জংচনত তিনি ভুৱা কিন্নৰক গ্ৰেপ্তাৰ

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও জংচনত শুকুৰবাৰে সন্ধিয়া ৰে'লৱে আৰক্ষী আৰু ৰে'লৱে সুৰক্ষা বাহিনীয়ে এক গোপন তথ্যৰ ভিত্তিত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছৰ পৰা তিনিজন ভুৱা কিন্নৰক গ্ৰেপ্তাৰ কৰে।
Read More...

এহাল দম্পতীয়ে আইফোন কিনি ৰিল বনাবলৈ বিক্ৰী কৰিলে ৮ মহীয়া শিশু

এক আচৰিত ঘটনা! পশ্চিম বংগৰ এহাল দম্পতীয়ে ৰিল বনোৱাৰ উদ্দেশ্যে নিজৰ আঠ মহীয়া কেঁচুৱাটোক বিক্ৰী কৰি এটা দামী আইফোন কিনিলে। ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এই অদ্ভুত ঘটনা৷
Read More...

মিজোৰামৰ মুখ্যমন্ত্ৰীক আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীক নিজৰ ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ কয়।
Read More...

দিল্লীত পুনৰ উন্নীতকৃত আইটিপিঅ’ কমপ্লেক্স উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বুধবাৰে দিল্লীৰ প্ৰগতি ময়দানত ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনৰ কমপ্লেক্স উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Read More...

‘মণিপুৰৰ আলোচনাত সহযোগ কৰক’, অধীৰ আৰু খাৰ্গেলৈ শ্বাহৰ চিঠি!

সংসদত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ অমিত শ্বাহে বিৰোধীৰ সহযোগিতা বিচাৰে।
Read More...

বৰ্তমান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা দেশৰ একমাত্ৰ মহিলা ন্যায়াধীশ…

দেওবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ২৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সুনীতা আগৰৱালে। গান্ধীনগৰৰ ৰাজভৱনত অনুষ্ঠিত এক
Read More...

দিল্লীৰ আদালতে যৌন নিৰ্যাতনৰ গোচৰত ব্ৰিজ ভূষণক প্ৰদান কৰিলে জামিন

কেইবাজনো মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙক।
Read More...

মণিপুৰ কাণ্ডত বলিউড অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিক্ৰিয়া…

ৰাজ্যখনত চলি থকা এনে হিংসাত্মক পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। যোৱা ৪ মে'ৰে ঘটনা আছিল সেয়া।
Read More...

মণিপুৰৰ কাণ্ডৰ বিৰুদ্ধাচৰণেৰে ছ’চিয়েল মিডিয়াত ‘আপ’ ৰ ব্যাপক ট্ৰেণ্ডিং অভিযান

বিগত প্ৰায় চাৰে তিনি মাহে গোষ্ঠী সংঘর্ষ অব্যাহত থকা মণিপুৰত শেহতীয়াকৈ সংঘটিত এক ভয়ানক তথা বীভৎস ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। ৰাজ্যখনত ধৰ্মীয় অনুষ্ঠানবোৰৰ লগতে মানুহৰ
Read More...