Breaking

Browsing Category

ৰাষ্ট্ৰীয়

‘মোৰ অন্তৰ খং আৰু বেদনাত জ্বলিছে ! মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে : প্ৰধানমন্ত্ৰী…

'মোৰ অন্তৰ খং আৰু বেদনাত জ্বলিছে। মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে। যিকোনো সভ্য সমাজৰ বাবে এই ঘটনা লজ্জাজনক।
Read More...

অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ল ড° ভূপেন হাজৰিকা বঁটা

বেলতলা ব’হাগী উৎসৱ সমিতিয়ে সুধাকণ্ঠ ‘ড° ভূপেন হাজৰিকা’ বঁটাৰে সন্মানিত কৰিলে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভাৰতৰ বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী ৰবীনা টেণ্ডনক। মুম্বাইৰ বান্দ্ৰাৰ নিলয়
Read More...

নতুন দিল্লীত এন ডি এৰ ৩৮ টা মিত্ৰদলৰ বৈঠক

৩৮ টা দলৰ নেতাই মঙলবাৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ বৈঠকত যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে এয়া হৈছে এক সময়-পৰীক্ষিত মিত্ৰজোঁট, যি মিত্ৰজোঁটে ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী
Read More...

কেটৰিনাই বছৰটোৰ শেষত ডাঙৰ পৰ্দালৈ উভতি আহিছে, শুভেচ্ছাৰ পৰিৱৰ্তে, কৰণৰ কণ্ঠস্বৰ ব্যঙ্গাত্মক! কাৰণটো…

অভিনেত্ৰীগৰাকীয়ে কেইদিনমানৰ পূৰ্বে ৪০ বছৰ সম্পূৰ্ণ কৰিলে। স্বামী বলীউডৰ অভিনেতা বিকি কৌশলৰ সৈতে মায়ানগৰীৰ হুলস্থুলৰ পৰা আঁতৰত বিলত উদযাপন কৰে জন্মদিন। পিছদিনা কেটৰিনা কাইফে ছ’চিয়েল মিডিয়াত আন এক সুখৰ খবৰ দিলে। অৱশেষত মুক্তি পাবলৈ
Read More...

ইউটিউবৰ ভিডিঅ’ত এটা ‘লাইক’ কৰিলে সম্পূৰ্ণ ‘দৰমহা’ পাব! ডেৰ-দুই লাখ টকাৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই…

ইউটিউব ভিডিঅ' লাইক কৰিব লাগিব। অথবা ইউটিউবাৰৰ দ্বাৰা নিৰ্মিত চেনেল সমূহ চাবস্ক্ৰাইব কৰিব লাগিব। কাম বুলিবলৈ মাত্ৰ সেইখিনিয়েই আছে আৰু এই কামৰ বাবে আপুনি বিপুল পাৰিতোষিক লাভ কৰিব। এনে এটা প্ৰস্তাৱ টেলিফোন মেছেজত আহিল। সেই প্ৰস্তাৱৰ প্ৰতি
Read More...

মহিলাক দলবদ্ধ ধৰ্ষণ, অভিযুক্ত বিজেপি নেতাৰ পুত্ৰকে ধৰি চাৰিজন

চাৰিজন লোকৰ বিৰুদ্ধে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু কিশোৰী ভগ্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযুক্তৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ সমষ্টি দতিয়াত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ
Read More...

শৰাইঘাটৰ যুদ্ধ অংকন কৰি তনয়া ৰাজখোৱাৰ ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডত স্থান লাভ

ভাৰত বুৰঞ্জীৰ অন্যতম ঐতিহাসিক যুদ্ধ হিচাপে পৰিগণিত অসমৰ আহোম আৰু মোগলৰ মাজত হোৱা শৰাইঘাটৰ ৰণক ৰং-তুলিকাৰে অংকন কৰি ইণ্ডিয়ান বুকছ অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ তনয়া ৰাজখোৱাই৷
Read More...

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মত বিনিময়

তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে দেওবাৰে নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।
Read More...

কেনে আছে ৯ মহীয়া গৰ্ভৱতী অভিনেত্ৰী ইলিয়ানা?

বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ মাতৃ হ’বলৈ গৈ আছে। যোৱা এপ্ৰিল মাহত ছ’চিয়েল মিডিয়াত এই সুখৰ খবৰ ঘোষণা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্ফিটোডাৰ ছবিখন সকলোৰে সৈতে শ্বেয়াৰ কৰে। বৰ্তমান ইলিয়ানাৰ গৰ্ভাৱস্থাৰ
Read More...

আকাশ পৰিষ্কাৰ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

দুদিনৰ বাবে স্থগিত ৰখাৰ পিছত দেওবাৰে বিয়লিৰ পৰা পুনৰ আৰম্ভ হয় অমৰনাথ যাত্ৰা। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনে এই যাত্ৰা একেৰাহে দুদিনৰ বাবে পিছুৱাই দিছিল। দেওবাৰে পুৱাও বতৰৰ উন্নতি নোহোৱাত যাত্ৰা পিছুৱাই দিয়া হয়।
Read More...