Breaking

Browsing Category

ৰাষ্ট্ৰীয়

কোনোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পায়, কোনোৱে বেয়া পায়, কিন্তু তেওঁৰ বিষয়ে বেয়া কথা কোৱা…

কোনোবাই হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পাব, কোনোবাই অপছন্দ কৰিব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্য কৰাটো একেবাৰেই উচিত নহয়। প্ৰধানমন্ত্ৰী আৰু প্ৰয়াত মাতৃৰ বিষয়ে ফেচবুকত পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন
Read More...

দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত ভূটান পাহাৰৰ পাদদেশৰ পৰা বৈ অহা বৰনদীৰ পাৰৰ নয়নাভিৰাম সেউজীয়া পৰিবেশত ইণ্ডো-ভূটান ইক' টুৰিজিম চ'চাইটিৰ সৌজন্যত গঢ় লৈ উঠা পৰ্যটন ক্ষেত্ৰৰ গাতে লাগি থকা বৰনদী ধাবা নামৰ এখন
Read More...

‘নাহিলে জীৱন দিম’- প্ৰেমিকক ফোন কৰাৰ পিছত প্ৰথমে আদালতত বিয়া, কিন্তু হোটেলত কথাবোৰ…

প্ৰেমিকৰ ওপৰত খঙত প্ৰেমিকাগৰাকীয়ে প্ৰথমে প্ৰেমিকক তাইৰ ওচৰলৈ মাতিছিল, হত্যাৰ ভাবুকি দিছিল। আদালতত তাইক বিয়া কৰাইছিল। ইয়াৰ পিছতে হোটেলত ছুৰীৰে প্ৰেমিকৰ ব্যক্তিগত অংশটো কাটি পেলালে। বুধবাৰে এই সমগ্ৰ
Read More...

শুকুৰবাৰেও বহু ৰে’ল কৰা হৈছে বাতিল, মেৰামতিৰ বাবে বাহাংগা ষ্টেচনত সেৱা ব্যাহত

বালেশ্বৰৰ বহাংগা বজাৰ ষ্টেচনৰ সমীপত এক দুৰ্ঘটনা সংঘটিত হয় কৰ্মণ্ডল এক্সপ্ৰেছৰ। দুৰ্ঘটনাৰ পিছত ৬ দিন পাৰ হৈ গ’ল। সেই লাইনত ৰেলৰ চলাচল এতিয়াও স্বাভাৱিক
Read More...

দূৰদৰ্শনত ভাৰতৰ প্ৰথম ইংৰাজী নিউজ এংকৰসকলৰ ভিতৰত অন্যতম গীতাঞ্জলি আয়াৰ; বুধবাৰে শেষ নিশ্বাস ত্যাগ…

ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনত ভাৰতৰ প্ৰথম ইংৰাজী মহিলা বাতৰি উপস্থাপক গীতাঞ্জলী আয়াৰে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালটোৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ থকা প্ৰখ্যাত এংকৰগৰকী খোজ কাঢ়ি ঘৰলৈ উভতি অহাৰ পিছতে
Read More...

ধেমাজি জয়ৰামপুৰ পানবাৰীৰ ঘটনাক লৈ অসম চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা বগা চুতীয়া আৰু মনিটু গগৈৰ পৰিয়ালক সমবেদন জ্ঞাপন কৰাৰ লগতে মনিটু গগৈ কন্যাৰ ভৰিৰ অষ্টোপচাৰৰ দায়িত্ব ললে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ হেমহৰি প্ৰসন্ন পেগুৱে৷ বুধবাৰে অসম
Read More...

সমগ্ৰ বিশ্বক জোকাৰি যোৱা বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ মাত্ৰ তিনিদিন পিছতে, উৰিষ্যাৰ বৰগড় জিলাত আন…

উৰিষ্যাৰ দুংগুৰিৰ পৰা বৰগড়লৈ যোৱা এখন মালবাহী ৰে'ল সোমবাৰে বৰগড় জিলাৰ মেন্ধাপালিৰ ওচৰত লাইনচ্যুত হয়। খবৰ অনুসৰি বৰগড়ত চূণশিল কঢ়িয়াই অনা মাল ৰেলখনৰ পাঁচটা বগী ৰেলপথৰ পৰা ওলাই যায়। অৱশ্যে
Read More...

আহি আছে ‘শক্তিমান’! ২০০-৩০০ কোটি টকাৰ বাজেটেৰে ই হ’ব এখন বিশাল ছবি; অভিনয় কৰিব অভিনেতা…

অভিনেতা মুকেশ খান্নাই প্ৰকাশ কৰিছে যে ‘শক্তিমান’ ছবিখনৰ চুক্তি স্বাক্ষৰিত হৈছে। "এইখন বহুত ডাঙৰ লেভেলৰ ছবি৷ ছবিখনত খৰচ হ'ব ২০০-৩০০ কোটি আৰু ইয়াক চনী পিকচাৰ্ছে নিৰ্মাণ কৰিব৷ যিয়ে স্পাইডাৰ-মেন নিৰ্মাণ
Read More...

ভাৰতৰ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জলপানি প্ৰদান চাৰি গৰাকী শিশু নৃত্য শিল্পীলৈ

সত্ৰীয়া নৃত্যৰ ওপৰত অধিক জ্ঞান আহৰণৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে (CCRT, Scholarship)উত্তৰ গুৱাহাটী চাৰিগৰাকী ছাত্ৰীক প্ৰথমবাৰৰ কাৰণে একেলগে জলপানি আগবঢ়াইছে। তেওলোক ক্ৰমে মনময়ুৰী ঠাকুৰীয়া
Read More...

বিহাৰত তাচঘৰৰ দৰে দলং ভাঙি গংগাত বিলীন হৈ গ’ল!

বিহাৰৰ ভাগলপুৰ জিলাৰ গঙ্গাৰ ওপৰত এখন দলং সম্পূৰ্ণৰূপে খহি পৰিছে। স্থানীয় প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, দেওবাৰৰ ঘটনাৰ সময়ত দলংখনত কোনো নিৰ্মাণ কৰ্মী নাছিল বাবে কোনো প্ৰাণহানি হোৱা নাছিল। দলংখনৰ 328 ফুট ওখ অংশটো গঙ্গাৰ সৈতে সম্পূৰ্ণৰূপে
Read More...