Breaking

Browsing Category

ৰাষ্ট্ৰীয়

১০ লক্ষ ঘণ্টা! নতুন সংসদ ভৱনৰ কাৰ্পেট তৈয়াৰ কৰিবলৈ বঙ্গপুত্ৰ সংস্থাৰ শিল্পীসকলক যিমান সময় লাগিছিল!

২০২০ চনত কোম্পানীটোৱে মহামাৰীৰ মাজতে কাৰ্পেট নিৰ্মাণৰ প্ৰজেক্ট লাভ কৰিছিল। ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল নিটিং। ২০২২ চনৰ মে’ মাহত শেষ হয়। সেই কাৰ্পেটখনে এতিয়া নতুন সংসদ ভৱনৰ কোঠা দুটা শোভা বঢ়াইছে। লোকসভা আৰু ৰাজ্যসভা।
Read More...

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে ১১ জনীয়া…

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছিল চিতাৰ। আমদানি ঘটোৱা এই
Read More...

ৰে’ল দুৰ্ঘটনাত দুয়োখন ভৰি আৰু এখন হাত হেৰুৱা সুৰজ তিৱাৰী ইউপিএছচিৰ ফলাফলত ৯১৭ নম্বৰ স্থানেৰে…

সন্মুখৰ পথ যিমানেই জটিল নহওক কিয়, চেষ্টা কৰোঁতাজন কেতিয়াও থমকি নৰয় ৷ আমি একো নাই নাই বুলি চিঞৰি থকিলেই বা ছ’চিয়েল মিডিয়াত লিখি থাকিলেই কিবা হ’ব জানো? হাতে-কামে নালাগিলে কোনেও আমাক একো নিদিয়ে ৷সুৰজ তিৱাৰী নামৰ উত্তৰ প্ৰদেশৰ মেইনপুৰীৰ এই
Read More...

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ তৃতীয় সংস্কৰণ…

খেলো ইণ্ডিয়া ইউনিভাচিটি গেমছৰ তৃতীয় সংস্কৰণ (Khelo India University GAMES 2022, 25th May to 3rd June 2023) খেল খন এইবাৰ উত্তৰ প্ৰদেশৰ চাৰিখন চহৰত 25 তাৰিখৰ পৰা 3 জুন তাৰিখলৈ অনুস্থিত হ'ব। ভাৰতীয়
Read More...

কোনো পৰিচয় বা ফৰ্ম নোহোৱাকৈ ২০০০ টকীয়া নোট বিনিময়ৰ অনুমতি SBIৰ

ভাৰতীয় ষ্টেট বেংকে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে পৰিচয় প্ৰমাণ বা ৰিকুইজিচন স্লিপৰ প্ৰয়োজন নোহোৱাকৈ ২০০০ টকীয়া নোট বিনিময় কৰিব পাৰিব। বিনিময় প্ৰক্ৰিয়া সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত উৰাবাতৰি আৰু ভুল তথ্যৰ প্ৰতি সঁহাৰি জনাই এই
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন। সেইদিনা হিন্দুত্ববাদী আদৰ্শৰ নেতা বিনায়ক দামোদৰ সাভাৰকাৰ চমুকৈ বীৰ সাভাৰকাৰৰ ১৪০ সংখ্যক জয়ন্তী।
Read More...

দুহাজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ; আপোনাৰ ওচৰত থকা ২ হাজাৰ টকাৰ নোটখন আপুনি…

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) ২,০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছে৷ এতিয়া প্ৰশ্নটো হ'ল, লগত থকা ২,০০০ টকাৰ নোটবোৰৰ কি হ'ব? আৰবিআইয়ে ২,০০০ টকাৰ নোট
Read More...

‘১০০ ইউনিট টক মাফ, ২০০ টক হাফ…’: মধ্যপ্ৰদেশ কংগ্ৰেছৰ কৰ্ণাটক শৈলীৰে অভিযান

কৰ্ণাটকত দলটোৰ প্ৰদৰ্শনত উৎসাহিত হৈ কংগ্ৰেছে নিৰ্বাচনমুখী অন্যান্য ৰাজ্যসমূহতো প্ৰচাৰ কৌশলৰ প্ৰতিলিপি কৰিবলৈ সাজু হোৱা যেন পৰিলক্ষিত হৈছে। আম আদমী পাৰ্টিয়ে দিল্লী আৰু পঞ্জাৱ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ বিনামূলীয়া বিদ্যুতৰ ধাৰণাটো
Read More...

ভাৰতৰ পথ নিৰ্মাণত নতুন অভিলেখ, ১০০ ঘণ্টাত ১০০ কিলোমিটাৰ দিল্লী-আলিগড় এক্সপ্ৰেছৱে নিৰ্মাণ

এন এইচ ৩৪ য়ে উত্তৰাখণ্ডৰ গঙ্গোত্ৰীক মধ্য প্ৰদেশৰ লাখনাদনৰ সৈতে সংযোগ কৰিছে। ঘাইপথটোৰ দৈৰ্ঘ্য ১,৪২৬কিলোমিটাৰ। পুনৰ নিৰ্মাণৰ সময়ত, ই এক নতুন সফলতা পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, যিটো শেহতীয়াকৈ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে
Read More...

ৰাজস্থানত পাকিস্তানী হিন্দুৰ ঘৰ উচ্ছেদ কৰি বিজেপিৰ ৰোষত জয়সলমেৰৰ উপায়ুক্ত টিনা ডাবি

ৰাজস্থানৰ জয়সলমেৰৰ চৰকাৰী ভূমিত পাকিস্তানী হিন্দু প্ৰব্ৰজনকাৰীসকলৰ ঘৰ ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰাৰ বাবে আইএএছ বিষয়া টিনা ডাবি এতিয়া বিজেপিৰ ৰোষত পৰিছে। জয়সলমেৰ জিলাৰ সদৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত অমৰ সাগৰ অঞ্চলত বাস কৰা পাকিস্তানৰ
Read More...