Breaking

Browsing Category

ৰাষ্ট্ৰীয়

গালৱান শ্বহীদ দীপক সিঙৰ পত্নীক ভাৰতীয় সেনাত লেফটেনেণ্ট হিচাপে কমিচন

প্ৰয়াত নাইক দীপক সিঙৰ পত্নী মহিলা কেডেট ৰেখা সিঙক প্ৰশিক্ষণ সমাপ্ত কৰি ভাৰতীয় সেনাত কমিচন দিয়া হৈছে। ২০২০ চনত গালৱান সংঘৰ্ষৰ সময়ত সৰ্বোচ্চ ত্যাগ কৰা নাইক দীপক সিঙে ২০২১ চনত মৰণোত্তৰভাৱে
Read More...

২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডছত উজলিল অসম সন্তান

২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ বঁটাত জিলিকিল অসম সন্তান। বলীউডৰ গুৰুত্বপূৰ্ণ ফিল্মফেয়াৰ এৱাৰ্ডছত উজলিল অসম সন্তান বৰপেটাৰ সুমন অধিকাৰীয়ে আজুৰিলে দুটাকৈ বঁটা।
Read More...

দিল্লীৰ মেয়ৰ নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী নিদিলে! পুনৰ নিৰ্বাচিত হ’ল আপৰ নেত্ৰী শ্বেলী ওবেৰয়

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। ইয়াৰ পিছত তিনিবাৰকৈ মেয়ৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল যদিও আপ-বিজেপিৰ বিবাদৰ বাবেই সেয়া হোৱা নাছিল। অৱশেষত ফেব্ৰুৱাৰী মাহত আম আদমি
Read More...

১১খন ৰাজ্যত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা…

১১খন ৰাজ্যত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা।ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, কেৰালা আৰু তেলেংগানাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি কয়।
Read More...

খেল পথাৰৰ পৰা চুমা! ৫ বছৰৰ পাছতো অনুষ্কাৰ ৰং একে…

অনুষ্কা শৰ্মাই বিৰাট কোহলীৰ খেল চাই আৰু যেতিয়াই বিৰতি পায় তেতিয়াই স্থানীয় ধোছা, আইচক্ৰীম আদিৰ সোৱাদ লয়। পৰিয়ালৰ লগতে বিৰাটৰ সৈতে অনুষ্কাৰ জীৱনৰ কেইবাখনো ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে, কিন্তু ইয়াতেই শেষ নহয়। বিৰাটে দেখুৱাই দিলে যে
Read More...

কেতিয়াবা গাড়ীৰে, কেতিয়াবা বাইকেৰে ১০খন চহৰৰ আশে-পাশে! অমৃতপালে কেনেকৈ ৩৭ দিন আৰক্ষীক ফাঁকি দিলে

একেৰাহে ৩৭ দিন পুলিচক বোকা পানী খুৱালে অমৃতপালে। ইয়াৰ পিছতে গুৰদ্বাৰাত ভাষণ দি অমৃতপাল সিঙে নাটকীয়ভাৱে আত্মসমৰ্পণ কৰে। পঞ্জাৱ আৰক্ষীৰ তথ্য অনুসৰি অমৃতপালৰ হাতত আত্মসমৰ্পণৰ বাহিৰে আন উপায় নাছিল। চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। কিন্তু তাৰ আগতে
Read More...

ইতিহাস ৰচনা কৰিলে কে এল ৰাহুলে

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুলে শনিবাৰে টি-২০ ক্ৰিকেটত ৭ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈ ইতিহাস ৰচনা কৰে। টি-২০ ক্ৰিকেটত ১৯৭ ইনিংছ লৈ ৭ হাজাৰ ৰানৰ
Read More...

‘মই যিকোনো মূল্য দিবলৈ সাজু’: ৰাহুল গান্ধী

সংসদৰ পৰা অযোগ্য হোৱাৰ পিছত শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰী বাংলো খালী কৰাৰ সময়তে কয় যে সঁচা কথা কোৱাৰ বাবে তেওঁ যিকোনো মূল্য দিবলৈ সাজু। ৰাহুল গান্ধীয়ে কয় যে এই বাংলো দেশবাসীয়ে তেওঁক দিছিল আৰু তেওঁ ১৯ বছৰ তাতেই আছিল।
Read More...

প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি

অহা ২৪ আৰু ২৫ এপ্ৰিলত ৰাজ্যখন ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি দিয়া এখন পত্ৰৰ তদন্ত আৰম্ভ কৰিছে কেৰালা আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে।
Read More...

ডাঙৰ খবৰ! ৮ টা বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে RBI, লেনদেন কৰিব নোৱাৰিব এতিয়াৰে পৰা

আৰ বি আইয়ে একাংশ বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় বেংকে একাংশ বৃহৎ বেংকৰ ওপৰতো গধুৰ জৰিমনা বিহিছে। ৰিজাৰ্ভ বেংকৰ এই কাৰ্য্যত সমবায় বেংকসমূহে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে।
Read More...