Breaking

Browsing Category

ৰাষ্ট্ৰীয়

‘আমি দেশত বিভাজন নিবিচাৰো, প্ৰতিশ্ৰুতি দিছোঁ’ পৱিত্ৰ ঈদৰ দিনা বংগত শান্তি বিচাৰি দোৱা…

পৱিত্ৰ ঈদৰ দিনা বংগত শান্তি বিচাৰি দোৱা কৰিছে কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে...।'আমি দেশত বিভাজন নিবিচাৰো, ঈদৰ দিনা প্ৰতিশ্ৰুতি দিছো, প্ৰাণ দিম কিন্তু…'মমতা বেনাৰ্জী। ঈদ উপলক্ষে কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁ বংগত
Read More...

কংগ্ৰেছ দলৰ পৰা নিলম্বন অংকিতা দত্তক

 কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰ ভুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্য়ক্ত কৰিছে এই কথা। কিছু সময় পূৰ্বে একাংশ সংবাদ মাধ্যমত অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ খবৰ বিয়পি পৰিছিল।
Read More...

নেপালৰ অন্নপূৰ্ণা পৰ্বতত সংকটজনক অৱস্থাত জীৱিত ভাবে উদ্ধাৰ নিৰুদ্দেশ ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালু

নেপালৰ অন্নপূৰ্ণা পৰ্বতৰ গভীৰ ফাটত পৰি সোমবাৰে নিৰুদ্দেশ হোৱা ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালুক উদ্ধাৰকাৰীয়ে সংকটজনক অৱস্থাত জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে বুলি তেওঁৰ ভাতৃয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে।
Read More...

নৰ্থইষ্ট ইউনাইটেড এফ চি ছেমিত প্ৰৱেশ

চাৰ্চিল ব্রাদাৰ্ছ এফ চিৰ বিৰুদ্ধে বিজয়ৰ পিছত হিৰো ছুপাৰ কাপ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে। বুধবাৰে কেৰালাৰ কোজিকোডৰ ইএমএছ কৰ্প’ৰেশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ ডিৰ অন্তিমখন খেলত হাইলেণ্ডাৰছ দলে ৬-৩ গ’লত
Read More...

অত্যাধিক গৰমৰ বাবে কেইবাখনো ৰাজ্য‌ই সলনি কৰিলে বিদ্যালয়ৰ সময়…

গৰমৰ পৰিস্থিতিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত ক্ষতিসাধন কৰিছে। দেশৰ কেইবাখনো জিলাই ছাত্ৰ-ছাত্ৰীক সকাহ দিবলৈ শিক্ষানুষ্ঠানৰ সময় সলনি কৰাৰ নিৰ্দেশ দিছে।
Read More...

ভাৰতৰ আটাইতকৈ সুখী ৰাজ্য খনৰ নাম কি? সুখৰ মূল উৎস কি…

ভাৰতৰ আটাইতকৈ সুখী ৰাজ্য খনৰ নাম কি? এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। এই প্ৰতিবেদনত কোৱা হৈছে যে মিজোৰামৰ সামাজিক গাঁথনিয়ে যুৱক-যুৱতীসকলৰ সুখত অৰিহণা যোগায়। মিজোৰামৰ যুৱক-যুৱতীৰ মাজত কোনো বৈষম্য নাই, কোনো কাৰো ওপৰত নিৰ্ভৰশীলও নহয়। এক
Read More...

এমচিচিয়ে অৰ্জুন তেণ্ডুলকাৰক তেওঁৰ এতিয়া আৰু পূৰ্বৰ ফটো শ্বেয়াৰ কৰি আই পি এল অভিষেকৰ বাবে জনালে…

মেৰিলেবোন ক্ৰিকেট ক্লাবে (এমচিচি) টুইটাৰযোগে অৰ্জুন তেণ্ডুলকাৰক তেওঁৰ আই পি এল অভিষেকৰ বাবে অভিনন্দন জনাইছে। এমচিচিয়ে অৰ্জুনৰ দুখন ফটো শ্বেয়াৰ কৰিছে, এখন ফটোত তেওঁক এমআই জাৰ্চীত দেখুওৱা হৈছে আৰু
Read More...

ৰেষ্টুৰেণ্টত নিষিদ্ধ মোবাইল ফোন । ক’ত, কিয় এই সিদ্ধান্ত…

ৰেষ্টুৰেণ্টত নিষিদ্ধ মোবাইল ফোন । ক'ত, কিয় লৈছে এই সিদ্ধান্ত...। আজিকালি প্ৰায় লোকে খাদ্য পৰিবেশন কৰাৰ সময়তো মানুহে মোবাইল ব্যৱহাৰ কৰি থাকে। এনে সময়ত অসুবিধা সন্মুখীন হয় ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষ। এই সমস্যাৰ পৰা হাত সাৰিবলৈ জাপানৰ টকিঅ’ত
Read More...

নাৰেংগী সেনা ছাউনীত ৭৫ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন

ৰাষ্ট্ৰীয় পতাকাখনৰ স্বাভিমান যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে নাৰেংগী সেনা ছাউনীৰ সৈনিক পাৰ্কত সেনাৰ ৫১ চাব এৰিয়াৰ তদাৰকতাত আৰু অনা চৰকাৰী সংস্থা 'ফ্লেগ
Read More...

বিশ্বত ১০ বছৰৰ ভিতৰত নতুন ক’ভিড সদৃশ মহামাৰীৰ আশংকা ২৮%

ব্ৰিটেইনৰ ভৱিষ্যদ্বাণীমূলক স্বাস্থ্য বিশ্লেষণ সংস্থা এয়াৰফিনিটিৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে অহা দশকত ভাইৰাছৰ সঘনাই উত্থান ঘটাৰ বাবে ক’ভিড-১৯ৰ দৰে মাৰাত্মক মহামাৰী সংঘটিত হোৱাৰ সম্ভাৱনা ২৭.৫%।
Read More...