অপৰাধ

Delhi Liquor Policy Case: দিল্লী সুৰা নীতিৰ গোচৰৰ অন্তিমজন অভিযুক্তকো জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

দিল্লী সুৰা নীতি(Delhi Liquor Policy Case)ৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ব্যৱসায়ী অমনদীপ সিং ধল্লৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court)।

Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।

Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ(Terror attack in Jammu and Kashmir) । প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণত আহত এজন প্ৰব্ৰজিত শ্ৰমিক।

Guwahati News: অন্ধকাৰ কোঠাত মাতৃৰ কংকালৰ সৈতে ৩ মাহ কি কৰিছিল পুত্ৰই?

কংকালৰ কাষত শিৱৰ ফটো ৰাখি মাতৃ জী উঠিব বুলি প্ৰতিদিনে ৰুটি দিছিল। মাতৃৰ কংকালৰ সৈতে কথাও পাতিছিল জয়দ্বীপে(Guwahati skeleton incident) ।

Terrorist Attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক

জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সাতজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু(Terrorist Attack in Jammu and Kashmir) । গুলীচালনাৰ এই ঘটনাটোত বহুকেইজন শ্ৰমিকো আহত হেৱা বুলিও জানিব পৰা গৈছে ।

Popular