Breaking

Browsing Category

অপৰাধ

উত্তৰ প্ৰদেশত ঘৰৰ ওচৰৰ সৰিয়হতলীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ…

ঘৰৰ ওচৰৰ সৰিয়হতলীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। যোৱা দুদিন ধৰি কিশোৰীগৰাকী সন্ধানহীন হৈ আছিল। কিশোৰীগৰাকীৰ পৰিয়ালে ওচৰৰ আৰক্ষী থানাত অপহৰণৰ অভিযোগ দাখিল কৰিছিল। ঘটনাটো উত্তৰ প্ৰদেশৰ বুদাউনত সংঘটিত হৈছে। মৃত ছোৱালীজনীৰ
Read More...

উৰ্ফি জাভেদক মৃত্যু আৰু ধৰ্ষণৰ ভাবুকি…

উৰ্ফি জাভেদক মৃত্যুৰ ভাবুকি: ছ’চিয়েল মিডিয়াৰ চেন্সেশন উৰ্ফি জাভেদৰ বিষয়ে ডাঙৰ খবৰ ওলাইছে। কোৱা হৈছে যে বিগ বছ অ’টিটিৰ খ্যাতি উৰ্ফীয়ে মৃত্যু আৰু ধৰ্ষণৰ ভাবুকি লাভ কৰিছে।
Read More...

এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰত জড়িত আন এগৰাকী ‘ৱাণ্টেড’ চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম…

ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰত জড়িত আন এগৰাকী ‘ৱাণ্টেড’ চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আজি বিশ্বনাথ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এক পলাতক ‘ৱাণ্টেড’ গঁড় চিকাৰীক।
Read More...

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক অভিযোগ…

যোৱা বছৰৰ কেপিটেল দাঙ্গাৰ কংগ্ৰেছৰ তদন্তত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক অভিযোগৰ পৰামৰ্শ দিয়া হ’ব বুলি জানিব পৰা গৈছে। আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ নিৰ্বাচিত কমিটীয়ে
Read More...

মহাৰাষ্ট্ৰৰ মধ্যপ্ৰদেশৰ পিছত এইবাৰ বিহাৰত পাথান’ৰ বিৰুদ্ধে গোচৰ…

‘পাথান’ ছবিৰ ‘বেশৰাম ৰং’ গীতটো আপত্তিজনক আৰু ই হিন্দু সমাজৰ আৱেগক আঘাত দিয়ে।’- গোচৰ ৰুজু কৰা মুজাফ্ফৰপুৰৰ অধিবক্তা সুধীৰ ওঝাই এইদৰে কয়।বলীউডৰ অভিনেতা শ্বাহৰুখ খান আৰু দীপিকা পাডুকনে তেওঁলোকৰ আগন্তুক ছবি ‘পাথান’ৰ এটা গীতত হিন্দুসকলৰ
Read More...

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত ৰঙিয়া আৰক্ষীয়ে দুখন বিলাসী বাহনত তালাচী চলাই ২৫ বস্তা বাৰ্মিজ চুপাৰি…

বিলাসী বাহনত সৰবৰাহ কৰিছিল বাৰ্মিজ চুপাৰি ,ৰঙিয়া আৰক্ষীৰ জালত 4 সৰবৰাহকাৰী । ৰাজ্যত বাৰ্মিজ চুপাৰি ব্যৱসায়ীয়ে দৈনিক ন ন কৌশল অৱলম্বন কৰিছে বাৰ্মিজ চুপাৰি সৰবৰাহত।
Read More...

প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ ফুৰাবলৈ লৈ যোৱাৰ চলেৰে গুজৰাটলৈ নি প্ৰেমিকাক ৪৯ বাৰ চুৰিৰে হানি হত্যা…

প্ৰেমিকাই বিয়া কৰিবলৈ হেঁচা দি আছিল প্ৰেমিকক। কিন্তু প্ৰেমিকে কোমোমতে সন্মত হোৱা নাছিল। অৱশেষত প্ৰেমিকাৰ পৰা পৰিত্ৰাণ পাবলৈ ফুৰাবলৈ লৈ যোৱাৰ চলেৰে গুজৰাটলৈ নি প্ৰেমিকাক ৪৯ বাৰ চুৰিৰে হানি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰেমিকৰ বিৰুদ্ধে।
Read More...

মানুহ মাৰি কৰিছিল পাৰ্টীৰ আয়োজন! অনুসন্ধানত নামি পৰিল IGP, SP উচ্চ আৰক্ষী বিষয়া সকল…

মানৱ নে দানৱ? ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে মানুহ?উদণ্ড বাইক চালকৰ শিহৰিত কাণ্ড!যোৱা শনিবাৰে বিলাসীপাৰাত এক বাইক দুৰ্ঘটনা সংগঠিত হয় । উদণ্ড বাইক চালক এজনে মহিলা এগৰাকীক বাইকেৰে খুন্দিয়ায়৷
Read More...

নলবাৰী চহৰৰ মাজ-মজিয়াত জিলা স্বাস্থ্য বিভাগৰ আদৰণি এম্বুলেঞ্চ ড্ৰাইভৰৰ অতপালি,চলন্ত এম্বুলেঞ্চত…

আজি নলবাৰী চহৰৰ মাজ-মজিয়াত এখন জিলা স্বাস্থ্য বিভাগৰ অধীনত থকা এম্বুলেঞ্চৰ অতপালি পৰিলক্ষিত হয়।
Read More...

ৰাজপাল যাদৱৰ বিৰুদ্ধে স্কুটাৰেৰে এগৰাকী ছাত্ৰক খুন্দা মৰাৰ অভিযোগ উত্থাপন…

হাস্যৰসাত্মক চৰিত্ৰত অভিনয়েৰে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা বলীউডৰ তাৰকা অভিনেতা ৰাজপাল যাদৱ সন্মুখীন হৈছে এক বিপদৰ। উত্তৰ প্ৰদেশত এখন নতুন চিনেমাৰ শ্বুটিং কৰি থকা অৱস্থাত স্কুটাৰেৰে এগৰাকী ছাত্ৰক খুন্দা
Read More...