Breaking

Browsing Category

অপৰাধ

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত দিনদুপৰতে গুলীয়াই হত্যা কৰিছিল পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক। ইতিপূৰ্বে সন্দেহযুক্ত কেইগৰাকীমানক আৰক্ষীয়ে আটক কৰিছিল যদিও মাৰাথন জেৰাৰ অন্তত এৰি দিছিল।
Read More...

বলীউডৰ বিখ্যাত গায়ক লাকী আলীৰ মাটি অবৈধ দখল কৰিলে ভূমি মাফিয়াই…

গায়ক লাকী আলীয়ে দাবী কৰিছে যে যোৱা ৫০ বছৰ ধৰি তেওঁ সেই মাটিতেই বাস কৰিছিল। তেওঁ কয় যে তেওঁ কামৰ বাবে ডুবাইলৈ গৈছিল আৰু তেওঁৰ মাটি বেদখল কৰা হৈছিল।
Read More...

বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত…

লোকচক্ষুৰ সমুখত ৰাজহুৱা বজাৰতে এগৰাকী মহিলাক বৰ্বৰোচিত আক্ৰমণ কৰি চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি হত্যা কৰিছে এক দুৰ্বৃত্তই। শনিবাৰে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰাপাইণ্টী বজাৰত।
Read More...

দেৰগাঁও আৰক্ষীৰ জালত বিলাসী বাহন সহ দুটাকৈ গৰু চোৰ…

দেৰগাওঁৰ আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিৰ পৰা ৪টা গৰু চুৰি কৰি আনি থকাৰ পথত শনিবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে ২টা গৰু চোৰ দুখন বিলাসী বাহন সহ খেদি খেদি কৰায়ত্ব কৰে। এতিয়া গাঁৱে গাঁৱে গৰু চোৰ ঘূৰে বিলাসী বাহনত৷ অবিশ্বাস্য
Read More...

ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা…

ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা। কেৱল হত্যাই নহয়, এই ঘটনাটোৰো লিভ-ইন সংগী আফতাব আমিন পুনেৱালাৰ হাতত শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ দৰেই মিল আছে! কাৰণ, এই ক্ষেত্ৰতো লিভ-ইন সংগী দিল্লীৰ যুৱকজনে হত্যাৰ পিছত
Read More...

পঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাৰ মূল ষড়যন্ত্ৰকাৰী গেংষ্টাৰ গোল্ডি ব্ৰাৰক…

পঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাৰ মূল ষড়যন্ত্ৰকাৰী গেংষ্টাৰ গোল্ডি ব্ৰাৰক আটক কৰা হৈছে। ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে, গোল্ডিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত আটক কৰা হৈছে। অৱশ্যে, এই সন্দৰ্ভত এতিয়ালৈকে
Read More...

পুনৰ ৰাজ্যত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ সন্মুখীন হৈ হোষ্টেলৰ বিল্ডিঙৰ পৰা জপিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ ৰাজ্যত আন এগৰাকী ছাত্ৰীয়ে চৰম সিদ্ধান্ত সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে।
Read More...

দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে…

দেশত নাৰীজনিত অপৰাধৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ সময়তে এগৰাকী বিদেশী মহিলাক ৰাজপথত অশালীন আচৰণ কৰি লজ্জানত কৰিছে দুই দুৰ্বৃত্তই। দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে অশালীন
Read More...

যৌতুকৰ দাবীৰে পত্নীক হত্যাৰ গোচৰত হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে…

দেশত প্ৰচলিত যৌতুক প্ৰথাই মহিলাৰ ওপৰত নমাই অনা ভয়াৱহ শাৰিৰীক আৰু মানসিক উৎপীড়নৰ খবৰে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। ভাৰতীয় ন্যায় ব্যৱস্থাত যৌতুকক এক আইনী অপৰাধ হিচাপে গণ্য কৰিলেও দেশৰ সমাজ ব্যৱস্থাত এতিয়াও বৰ্তি আছে এই কু-প্ৰথা।
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি ৱাৰ্ডেনক অব্যাহতি…

ৰাজ্যজুৰি কপাঁই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙ কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে কাইলৈ নিয়া হব দিল্লীৰ এইমছলৈ। চৰকাৰৰ সহযোগিতাত এয়াৰ এম্বুলেঞ্চত তেওক দিল্লীলৈ নিয়া হব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ চিকিৎসাৰ ব্যয়
Read More...