Breaking

Browsing Category

অপৰাধ

কুটিল হত্যাকাৰী আফটাবৰ শৰীৰত আৰক্ষীৰ “ট্ৰুথ চিৰাম”…

এটা জঘন্য হত্যাকাৰী। আফটাব। প্ৰেমিকাকক টুকুৰা টুকুৰকৈ কাটি ফ্ৰিজত ভৰাই থৈছিল। যেন একো হোৱাই নাই। তাৰ পিছত আকৌ নতুন যুবতীৰ সৈতে প্ৰেমলীলা। ফ্ৰিজত প্ৰেমিকাৰ মাংসপিণ্ড থকাৰ পিছতো তাৰেই পানী খাইছিল নিচিন্ত মনে।
Read More...

এজন ধৰ্মগুৰুৱে পালে ৮হেজাৰ ৬৫৮ বছৰ কাৰাদণ্ডৰ শাস্তি। অপৰাধ: যৌন নিৰ্যাতন

যৌন নিৰ্যাতনৰ গোচৰত ৮ হাজাৰ ৬৫৮ বছৰ কাৰাবাসৰ শাস্তি লাভ কৰিলে ত্ৰুকীৰ ইস্তানবুলত বাস কৰা আদনান ওক্তাৰ নামৰ এগৰাকী মুছলিম ধৰ্মগুৰুৱে৷ এটা টিভিত ধৰ্মীয় শ্ব’ৰ আয়োজন কৰে ওক্তাৰে৷ তাত প্ৰতি মুহূৰ্ততে তেওঁক স্বল্পবসনা সুন্দৰীয়ে ঘেৰি থকা দেখা
Read More...

অতি অস্থিৰ আৰু আক্ৰমণাত্মক আছিল শ্ৰদ্ধাৰ হত্যাকাৰী আফতাব, মে মাহত চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ আহিছিল…

দেশৰ ৰাজধানী দিল্লীত লাইভ ইন পাৰ্টনাৰ শ্ৰদ্ধাক নৃশংসভাৱে হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি কাটি পেলোৱা অভিযুক্ত আফটাবৰ বিষয়ে এক বৃহৎ প্ৰকাশ। তেওঁৰ ‘লাইভ ইন পাৰ্টনাৰ’ক হত্যা কৰি মৃতদেহ কাটি পেলোৱাৰ অভিযোগত আফটাব আমিন পুনাৱাল্লাৰ
Read More...

সন্ত্ৰাসবাদ বিৰোধী সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে পাকক পৰোক্ষভাৱে কৰিলে কতাক্ষ …

ভাৰত সদায় সন্ত্ৰাসৰ মোকাবিলাত দৃঢ়তাৰে আছে বুলি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সন্ত্ৰাসবাদৰ বাবে ধন নাই’ মন্ত্ৰী সন্মিলনত ভাষণ দি কয় য’ত তেওঁ এনে কাৰ্যকলাপৰ বাবে নতুন বিত্ত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলিও সকীয়াই দিয়ে। ‘আমি
Read More...

ভাৰতত অবৈধভাৱে প্রৱেশ কৰা দুই ইউক্রেনিয়ানক স্বদেশলৈ প্রত্যাৰ্পণ…

ইউক্রেনৰ দুই বন্দী নাগৰিকক স্বদেশলৈ প্রত্যাৰ্পণৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। দিল্লীস্থিত ইউক্রেনৰ এম্বেছিক হস্তান্তৰ কৰিব ভাৰত চৰকাৰে। কিছুদিন পূৰ্বে দুই ইউক্রেনিয়ানক নিউ কৰিমগঞ্জত ষ্টেচনত অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰিছিল ।
Read More...

ৰাজস্থানত এগৰাকী পত্নীয়ে সংঘটিত কৰিছে এক ভয়ংকৰ অপৰাধ…

পত্নীয়ে আন কাৰোবাৰ লগত ফোনত কথা পাতিছিল বুলি দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। ভগ্নী আৰু ভায়েকৰ পৰামৰ্শ মতে পত্নীয়ে এই ঘটনা সংঘটিত কৰে। পশ্চিম ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চল বাৰ্মেৰত আপোনাৰ আত্মাও কঁপিব বুলি জানিও স্বামী-স্ত্ৰীৰ কাজিয়াৰ
Read More...

ভাৰতৰ এখন গাঁৱত ১৮ বছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ….

অত্যাধিক নিচাৰ কাৰণে মহাৰাষ্ট্ৰৰ যৱতমল জিলাৰ বংসী গাঁৱত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰিছে। ১১ নৱেম্বৰত সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। এই প্ৰস্তাৱ উলংঘা কৰি ধৰা পৰিলে ২০০ টকীয়া শাস্তি
Read More...

পশ্চিম বংগত এগৰাকী সাংসদৰ গাড়ীৰ খুন্দাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি চাৰি বছৰীয়া শিশুৱে…

পশ্চিম বংগত এগৰাকী সাংসদৰ গাড়ীৰ খুন্দাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি চাৰি বছৰীয়া শিশুৱে। ৰাজ্যখনৰ মুৰ্ছিদাবাদত আজি এই দুৰ্ঘটনা সংঘটিত হৈছে। মুৰ্ছিদাবাদৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেতা আবু তাহেৰ খানৰ গাড়ীৰ খুন্দাত শিশুটিৰ মৃত্যু হয়।
Read More...

মহানগৰীত মৰিয়াই মৰিয়াই হত্যা সুনীল শৰ্মাক…

গুৱাহাটী মহানগৰীত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ আদাগুদামত সংঘটিত গণ প্ৰহাৰৰ ঘটনা। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত সুনীল শৰ্মা নামৰ যুৱকজনক পুৱাৰ ভাগত ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছিল থানালৈ।
Read More...

৫০ টকাৰ বাবেই কিশোৰক হত্যাৰ অপচেষ্টা;গুৱাহাটীৰ বামুণীমৈদামত এই ঘটনা।

মাত্ৰ ৫০ টকাৰ বাবে হত্যাৰ চেষ্টা এজন কিশোৰক। ৫০ টকা এটা নিদিয়াৰ বাবেই কিশোৰক হত্যাৰ এই অপচেষ্টা সংঘটিত হৈছে মহানগৰীৰ বামুণীমৈদামত। মহানগৰীৰ বামুণীমৈদামৰ কলনী বজাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই হতভম্ব কৰি তোলে সকলোকে। ব্লেডেৰে ডিঙিত ৰেপ দি
Read More...