Breaking

Browsing Category

অপৰাধ

৫০ টকাৰ বাবেই কিশোৰক হত্যাৰ অপচেষ্টা;গুৱাহাটীৰ বামুণীমৈদামত এই ঘটনা।

মাত্ৰ ৫০ টকাৰ বাবে হত্যাৰ চেষ্টা এজন কিশোৰক। ৫০ টকা এটা নিদিয়াৰ বাবেই কিশোৰক হত্যাৰ এই অপচেষ্টা সংঘটিত হৈছে মহানগৰীৰ বামুণীমৈদামত। মহানগৰীৰ বামুণীমৈদামৰ কলনী বজাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই হতভম্ব কৰি তোলে সকলোকে। ব্লেডেৰে ডিঙিত ৰেপ দি
Read More...

পাঞ্জাৱ পাটিয়ালা আৰক্ষীয়ে পৰীক্ষাত নকল কৰাৰ লগত জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ…

পাঞ্জাৱ নিউজঃ আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা ১১টা জিএছএম ডিভাইচ, ৭টা মিনি ব্লুটুথ ইয়াৰ বাড, ১২টা মোবাইল, ১টা লেপটপ, ২টা পেণ্ড্ৰাইভও উদ্ধাৰ কৰিছে। পৰীক্ষা প্ৰক্ৰিয়াৰ সময়ত এই সকলোবোৰ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।
Read More...

প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰি শুগলত সন্ধান কৰিছিল কেনেকৈ মৃতদেহৰ দাগ আঁতৰ কৰিব পাৰি…

শ্ৰদ্ধা প্ৰেমিক আফতাবঃ ১০ নৱেম্বৰত শ্ৰদ্ধাৰ পিতৃয়ে এফআইআৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিত শনিবাৰে দিল্লী আৰক্ষীয়ে আফটাবক গ্ৰেপ্তাৰ কৰে। আদালতে তেওঁক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
Read More...

পেঙেৰীত সেনাৰ কনভয় আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ…

সোমবাৰে পুৱা তিনিচুকীয়াত ভাৰতীয় সেনাৰ কনভয়ত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ আলফা (স্বাধীন)-ই। এই আক্ৰমণক বিদ্ৰোহী সংগঠনটোৱে ‘অপাৰেচন লখিপথাৰ’ হিচাপে অভিহিত কৰিছে।এক বিবৃতি যোগে আলফা
Read More...

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ ৬১ কিলোগ্ৰাম সোণ…

ক্ৰমাৎ চোৰাং সামগ্ৰী সৰবৰাহৰ এক সুচল পথ হৈ পৰিছে দেশৰ বিমানবন্দৰ সমূহ। বিগত কেইমাহমানত দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰ সমূহত ড্ৰাগছৰ পৰা আৰম্ভ কৰি বন্য জীৱ-জন্তু পৰ্যন্ত সৰবৰাহ অভাৱনীয় হাৰত ধৰা পৰাৰ পিছত বিমানবন্দৰক কেন্দ্ৰ চলি থকা অবৈধ
Read More...

মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত ড্ৰাগছ সৰবৰাহকাৰীৰ দুটা দলৰ মাজত প্ৰচণ্ড গুলীচালনা…

মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত ড্ৰাগছ সৰবৰাহকাৰীৰ দুটা দলৰ মাজত প্ৰচণ্ড গুলীচালনা। গুলীচালনাত চাৰিগৰাকী মহিলাকে ধৰি কমেও ৯জন লোক নিহত হয়। লগতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। বৰ্তমানে সংকটজনক অবস্থাত চিকিৎসাধীন হৈ আছে আহত লোককেইজন। এই
Read More...

টেঙাখাত আৰক্ষীৰ বৃহৎ সাফল্য , অভিযানত গাঞ্জা সহ: এজনক আটক…   

 টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় । জানিব
Read More...

ব্ৰিটেইনৰ ৰজা চাৰ্লছলৈ কণী দলিয়ালে ব্ৰিটেইনৰ এজন ছাত্ৰই , আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৩ বছৰীয়া যুৱকজনক

চহৰখনৰ 'মিক্লেগেট বাৰ লেণ্ডমাৰ্ক'ত মানুহক অভিবাদন জনোৱাৰ সময়ত ৰাজকীয় দম্পতীৰ ওপৰত কণী দলিয়াই দিয়া হৈছিল। অৱশ্যে, কণীবোৰে চাৰ্লছ তৃতীয় (৭৩)ক আঘাত কৰা নাছিল আৰু বুধবাৰে য়ৰ্ক চহৰত ৱাকআউটৰ সময়ত ৰজা চাৰ্লছ আৰু ৰাণী কনচৰ্ট,
Read More...

চাপৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী…

চাপৰত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান যোৱা নিশা চাপৰ আৰক্ষীয়ে পুনৰ চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী । যোৱা
Read More...

গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবলৈ গৈ চৰকাৰী নথিত নিজকে মৃত ঘোষিত কৰি এগৰাকী ব্যক্তি ২৪ বছৰ পিছত আৰক্ষীৰ…

বলীউডৰ জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠী অভিনীত ‘কাগজ’ শীৰ্ষক চলচ্চিত্ৰখন নিশ্চয় চাইছে। চৰকাৰী নথি-পত্ৰত মৃত ঘোষিত হোৱাৰ পিছত নিজকে জীৱিত প্ৰমাণ কৰিবলৈ গৈ ত্ৰিপাঠী কেনে এক অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হৈছিল, সেই দৃশ্যাংশ নিশ্চয় পাহৰা নাই।
Read More...